ETV Bharat / bharat

COVID-19ৰ পৰীক্ষা বঢ়াবলৈ নৰেন্দ্ৰ মোডীক ৰাহুল গান্ধীৰ আহ্বান

author img

By

Published : Apr 26, 2020, 5:06 PM IST

Updated : Apr 26, 2020, 5:30 PM IST

ভাৰতত প্ৰতিদিনে ৪০,০০০ জন লোকৰ COVID-19ৰ পৰীক্ষা কৰাৰ বিপৰীতে মুঠ ১ লাখ লোকৰ COVID-19ৰ পৰীক্ষা কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাই যুৱ কংগ্ৰেছী নেতা ৰাহুল গান্ধীয়ে ।

ৰাহুল গান্ধী
COVID-19ৰ পৰীক্ষা বঢ়াবলৈ নৰেন্দ্ৰ মোডীক ৰাহুল গান্ধীৰ আহ্বান

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ যুৱ কংগ্ৰেছী নেতা ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ বিশেষ অনুৰোধ । দেওবাৰে দেশৰ প্ৰতি গৰাকী লোকক মহামাৰী COVID-19ৰ পৰীক্ষা কৰিবলৈ অনুৰোধ জনাই ৰাহুল গান্ধীয়ে ।

  • Experts agree that mass random testing is the key to beating Corona. In India, a bottle neck is stopping us from scaling testing from the current 40,000 per day to 1 lakh tests a day, for which test kits are already in stock.

    PM needs to act fast & clear the bottleneck.

    — Rahul Gandhi (@RahulGandhi) April 26, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

গান্ধীয়ে কয় যে,বৰ্তমান ভাৰতত প্ৰতিদিনে ৪০,০০০জন লোকৰ COVID-19ৰ পৰীক্ষা কৰি অহা হৈছে । কিন্তু প্ৰতিদিনে ৪০,০০০ বিপৰীতে মুঠ ১ লাখ লোকৰ COVID-19 ৰ পৰীক্ষা কৰিবলৈ অনুৰোধ জনাই ৰাহুল গান্ধীয়ে । বিশেষজ্ঞৰ ভাষ্য অনুসৰি, COVID-19ৰ পৰীক্ষাই হৈছে ভাইৰাছটো দেশব্যাপী প্ৰতিৰোধ কৰাৰ একমাত্ৰ চাবিকাঠি । সেয়হে দেশত COVID-19 পৰীক্ষাৰ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ কীট জমা থকাৰ পাচতো মাত্ৰ ৪০,০০০ জন লোকৰ COVID-19ৰ পৰীক্ষাৰ কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে। যাৰ বাবে শীঘ্ৰে প্ৰতিদিনে ৪০,০০০ বিপৰীতে ১ লাখ লোকৰ পৰীক্ষা কৰিবলৈ অনুৰোধ জনাই কংগ্ৰেছ নেতা গৰকীয়ে ।ৰাহুল গান্ধীয়ে টুইটাৰত কয় যে, প্ৰধানমন্ত্ৰীক শীঘ্ৰে COVID-19ত সন্দৰ্ভত সমীক্ষা চলাই ভাইৰোছটো ৰোধ কৰিবলৈ প্ৰয়াস কৰিব লাগে ।

Last Updated : Apr 26, 2020, 5:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.