ETV Bharat / bharat

দীপাৱলীত দেশবাসীক থলুৱা সামগ্ৰীৰ ক্ৰয়ৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

author img

By

Published : Nov 9, 2020, 10:38 PM IST

এইবেলি দীপাৱলীত থলুৱা সামগ্ৰীৰ ক্ৰয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

pm-asks-people-to-buy-local-products-this-diwali
দীপাৱলীত ভোকেল ফৰ লোকেলক সমৰ্থন জনাবলৈ দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ: ‘ভোকেল ফৰ লোকেল’ৰ প্ৰতি সঁহাৰি জানাই এইবেলি দীপাৱলীত থলুৱাভাৱে নিৰ্মিত সামগ্ৰী ক্ৰয় কৰাৰ বাবে দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ।

তেখেতে কয়, “দীপাৱলী থলুৱা উৎপাদিত সামগ্ৰীৰে উদযাপন কৰিলে ই আমাৰ অৰ্থনীতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। ”

সোমবাৰে এক ভিডিঅ' কনফাৰেঞ্চযোগে বেনাৰসৰ এটি প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, মই বেনাৰসৰ লগতে সমগ্ৰ দেশবাসীক এইবেলি দীপাৱলীক থলুৱা সামগ্ৰীৰ প্ৰচাৰ কৰাৰ বাবে আহ্বান জানালো।

'যেতিয়া সকলো লোকেই গৰ্বেৰে থলুৱা সামগ্ৰী ক্ৰয় কৰাৰ উপৰিও থলুৱা সামগ্ৰীৰ বিষয়ে আলোচনা কৰিব তেতিয়া এই বাতৰি চাৰিওদিশে প্ৰচাৰ হ'ব আৰু ই আমাৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলাব। ই কেৱল থলুৱা সামগ্ৰীৰ প্ৰচাৰেই নহয় ইয়াৰ দ্বাৰা থলুৱা সামগ্ৰী প্ৰস্তুতকৰ্তাৰো দীপাৱলী আনন্দময় কৰি তুলিব। '

লগতে পঢ়ক : কেম্পৰ ভিতৰতে ৰহস্যজনকভাৱে উদ্ধাৰ সেনা বিষয়াৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.