ETV Bharat / bharat

অৱতৰণৰ সময়তেই অঘটনঃ মুম্বাই বিমান বন্দৰত চকা পিছলিল বিমানৰ - ETV BHARAT

মুষলধাৰ বৰষুণৰ মাজতে মুম্বাইৰ ছত্ৰপতি শিৱাজী বিমানবন্দৰত অৱতৰণৰ সময়ত ৰাণৱে'ৰ পৰা পিছলি বাহিৰ হ'ল বিমান ৷ জয়পুৰৰ পৰা মুম্বাই অভিমুখে আহি থকা স্পাইচজেটৰ এই বিমানখনত সংঘটিত হয় এই ঘটনা ৷ ঘটনাতো সংঘটিত হোৱাৰ সময়ত বিমানখনত যাত্ৰী আছিল 167 জন ৷

অৱতৰণৰ সময়তেই মুম্বাইত বিমানৰ চকা গ'ল পিছলি
author img

By

Published : Jul 2, 2019, 5:21 PM IST

মুম্বাই,2 জুলাই: ধাৰষাৰ বৰষুণৰ মাজতে শিৱাজী বিমানবন্দৰত সংঘটিত হয় এক অঘটন৷ অৱতৰণৰ সময়তে জয়পুৰৰ পৰা মুম্বাই অভিমুখে থকা স্পাইচজেটৰ SG-6237 বিমানখন হঠাৎ পিছল খাই ৰাণৱে'ৰ পৰা বাহিৰ হৈ যায়৷ এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে বিমানবন্দটোৰ এই ৰাণৱে'টো বন্ধ ৰাখি আন ৰাণৱে'ৰ সহায়ত যাতায়ত অব্যাহত ৰখা হয়৷ দুৰ্ঘটনাটোৰ পাছত যুদ্ধকালীন তৎপৰতাৰে যাত্ৰীসমূহত বাহিৰলৈ অনা হয়৷ এই ঘটনাত কোনো লোক হতাহত হোৱা নাই৷

উল্লেখ্য যে বিগত প্ৰায় সাতদিন ধৰি তীব্ৰ বৃষ্টিপাত হৈছে মুম্বাইত৷ সমগ্ৰ মুম্বাই জলমগ্ন হৈ পৰাত ব্যাহত হৈ পৰিছে জনজীৱন৷

Plane overshoots runway while landing to mumbai airport

অৱতৰণৰ সময়তেই মুম্বাইত বিমানৰ চকা গ'ল পিছলি

মুষলধাৰ বৰষুণৰ মাজতে মুম্বাইৰ ছত্ৰপতি শিৱাজী বিমানবন্দৰত অৱতৰণৰ সময়ত পিছল খাই ৰাণৱে'ৰ পৰা বাহিৰ হ'ল বিমান৷ জয়পুৰৰ পৰা মুম্বাই অভিমুখে থকা স্পাইচজেটৰ এই বিমানখনত সংঘটিত হয় এই ঘটনা৷ ঘটনাতো সংঘটিত হোৱাৰ সময়ত বিমানখনত যাত্ৰী আছিল 167 জন৷

মুম্বাই,2 জুলাই: ধাৰষাৰ বৰষুণৰ মাজতে শিৱাজী বিমানবন্দৰত সংঘটিত হয় এক অঘটন৷ অৱতৰণৰ সময়তে জয়পুৰৰ পৰা মুম্বাই অভিমুখে থকা স্পাইচজেটৰ SG-6237 বিমানখন  হঠাৎ পিছল খাই ৰাণৱে'ৰ পৰা বাহিৰ হৈ যায়৷ এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে বিমানবন্দটোৰ এই ৰাণৱে'টো বন্ধ ৰাখি আন ৰাণৱে'ৰ সহায়ত যাতায়ত অব্যাহত ৰখা হয়৷ দুৰ্ঘটনাটোৰ পাছত যুদ্ধকালীন তৎপৰতাৰে যাত্ৰীসমূহত বাহিৰলৈ অনা হয়৷ এই ঘটনাত কোনো লোক হতাহত হোৱা নাই৷

উল্লেখ্য যে বিগত প্ৰায় সাতদিন ধৰি তীব্ৰ বৃষ্টিপাত হৈছে মুম্বাইত৷ সমগ্ৰ মুম্বাই জলমগ্ন হৈ পৰাত ব্যাহত হৈ পৰিছে জনজীৱন৷

Image, bangla etv
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.