ETV Bharat / bharat

পাকিস্তানে পুনৰ ভংগ কৰিলে যুদ্ধ বিৰতি - পাকিস্তানৰ গোলা বৰ্ষণ

সোমবাৰে পুনৰ যুদ্ধবিৰতি ভংগ কৰিলে পাকিস্তানে ৷ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত থকা সীমান্তৱৰ্তী নিৰীক্ষণ চকীত গোলা বৰ্ষণ কৰি পাকিস্তানে ভংগ কৰে যুদ্ধ বিৰতি ৷ অৱশ্যে ভাৰতীয় সেনাই এই কাণ্ডৰ সঠিক প্ৰত্যুত্তৰ দিয়ে ৷

Pakistani troops fire at border posts along LoC in Poonch
পাকিস্তানে পুনৰ ভংগ কৰিলে যুদ্ধ বিৰতি
author img

By

Published : Aug 10, 2020, 8:01 PM IST

নিউজ ডেস্ক,10 আগষ্টঃ সোমবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত থকা সীমান্তৱৰ্তী নিৰীক্ষণ চকীত পাকিস্তানে গোলা বৰ্ষণ কৰি ভংগ কৰে যুদ্ধ বিৰতি ৷ ইয়াৰ পিছতে আতংকিত হৈ পৰে জম্মু কাশ্মীৰৰ স্থানীয় বাসিন্দা ৷ অৱশ্যে এই ঘটনাৰ ফলত বৰ্তমানলৈকে কোনো হতাহত হোৱাৰ খবৰ অহা নাই ৷

Pakistani troops fire at border posts along LoC in Poonch
পাকিস্তানে পুনৰ ভংগ কৰিলে যুদ্ধ বিৰতি

বালাকোট চেক্টৰত পুৱা 10 বাজি 15 মিনিটত এই ঘটনা সংঘটিত হয় ৷ অৱশ্যে নিয়ন্ত্ৰণ ৰেখাত থকা ভাৰতীয় সেনাই ইয়াৰ কাঢ়া প্ৰত্যুত্তৰ দিয়ে ৷ জানিব পৰা মতে, পাকিস্তানে এই যুদ্ধবিৰতি ভংগ কৰাৰ পিছত ভাৰতীয় সেনাইও গোলা বৰ্ষণ কৰে পাকিস্তানৰ ওপৰত ৷

লগতে পঢ়কঃপাহাৰৰ শিখৰ বগাই বিশ্বৰেকৰ্ড গঢ়াৰ সপোন চেৰুকুন্নিল মনেশৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.