ETV Bharat / bharat

PSA ৰ অধীনত ওমৰ আব্দুল্লাক আটক : উচ্চতম ন্যায়ালয়ত ভগ্নীৰ প্ৰত্যাহ্বান - অধিবক্তা এন. ভি. ৰমানাৰ নেতৃত্ব গঠিত এক বিচাৰক মণ্ডলী

ওমৰ আব্দুল্লাক আটক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান ভগ্নীৰ ৷ PSA ৰ অধীনত আব্দুল্লাক আটক কৰাৰ বিৰুদ্ধে দাখিল কৰিছে আবেদন ৷

উচ্চতম ন্যায়ালয়ত ভগ্নীৰ প্ৰত্যাহ্বান
ওমৰ আব্দুল্লাক আটক
author img

By

Published : Feb 10, 2020, 7:09 PM IST

নেশ্যনেল ডেস্ক, 10 ফেব্ৰুৱাৰী : জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক Public Safety Act(PSA) ৰ অধীনত আটক কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে ভগ্নীয়ে ৷

অধিবক্তা এন. ভি. ৰমানাৰ নেতৃত্ব গঠিত এক বিচাৰক মণ্ডলীৰ সন্মুখত ওমৰ আব্দুল্লাৰ হৈ উকালতি কৰা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে এই বিষয়ে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰে ৷

ছিবালে বিচাৰক মণ্ডলীৰ আগত কয় যে, ওমৰ আব্দুল্লাক আটক কৰা সন্দৰ্ভত তেওঁলোকে এখন আবেদন দাখিল কৰিছে আৰু এই সপ্তাহতে এই গোচৰক লৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ বিচাৰক মণ্ডলীয়ে অতি সোনকালে এই সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিবলৈও মান্তি হোৱা বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক : নাৰী সুৰক্ষা সম্পৰ্কে সদনত বলিষ্ঠ ৰূপত গৌৰৱ গগৈ

ZCZC
PRI GEN LGL NAT
.NEWDELHI LGD8
SC-ABDULLAH
Omar Abdullah's sister moves SC challenging his detention under PSA
          New Delhi, Feb 10 (PTI) Former Jammu and Kashmir chief minister Omar Abdullah's sister on Monday moved the Supreme Court to challenge his detention under the Public Safety Act.
          Senior advocate Kapil Sibal, appearing for the petitioner, mentioned the matter for urgent listing before a bench headed by Justice N V Ramana.
          Sibal told the bench that they have filed a habeas corpus petition challenging the detention of Abdullah under the PSA and the matter should be heard this week.
          The bench agreed for urgent listing of the matter. PTI ABA LLP LLP
MIN
MIN
02101114
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.