ETV Bharat / bharat

নাগালেণ্ডত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে এনএচএফৰ 6 ঘন্টীয়া বন্ধ - নাগা ছাত্ৰ ফেডেৰেচন

খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ আৰু অনুভূতিক আঘাত কৰি বুধবাৰে ৰাজ্যসভাত বিতৰ্কিত বিধেয়কখন গৃহীত কৰাৰ প্ৰতিবাদত আৰু এই কাৰ্যত নাগা লোক সকলৰ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ নাগা ছাত্ৰ ফেডেৰেচনে এই 6 ঘন্টীয়া বন্ধৰ আহ্বান কৰে ৷

NSF calls 6-hour bandh
এনএচএফৰ 6 ঘন্টীয়া বন্ধ
author img

By

Published : Dec 14, 2019, 3:08 PM IST

নিউজ ডেস্ক, 14 ডিচেম্বৰঃ শনিবাৰে নাগালেণ্ডত নাগা ছাত্ৰ ফেডাৰেচনে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত 6 ঘন্টীয়া বন্ধৰ আহ্বান কৰে ৷ পুৱা 6 বজাৰ পৰা এই বন্ধ কাৰ্যসূচী আৰম্ভ হয় ৷ শুকুৰবাৰে ফেডাৰেচনৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত আপাতকালীন কাৰ্যকৰী পৰিষদৰ এক বৈঠকত নাগা অধ্যুষিত অঞ্চল সমূহত 6 ঘন্টীয়া বন্ধ আহ্বানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ পুৱা 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে এই বন্ধ বাহাল থাকে ৷

উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ আৰু অনুভূতিক আঘাত কৰি বুধবাৰে ৰাজ্যসভাত বিতৰ্কিত বিধেয়কখন গৃহীত কৰাৰ প্ৰতিবাদত আৰু এই কাৰ্যত নাগা লোক সকলৰ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ নাগা ছাত্ৰ ফেডাৰেচনে এই 6 ঘন্টীয়া বন্ধৰ আহ্বান কৰে ৷ ফেডাৰচনৰ লোক সকলে অসম, মনিপুৰ আৰু নাগালেণ্ডৰ গোট আৰু সহযোগী গোট সমূহক এই বন্ধ সফল কৰিবলৈ সকলো প্ৰয়োজনীয় উপায় অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক - কেবৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ গণ আন্দোলন

Intro:Body:

NSF calls 6-hour bandh to protest against amended Citizenship Act

Kohima, Dec 13 (PTI) The Naga Students' Federation (NSF) has called a 6-hour bandh on Saturday to protest against the amended Citizenship Act.

The bandh began at 6am.

"Pursuant to the resolution adopted in the Emergency Executive Council Meeting of NSF, held on Friday at the Federation's Headquarter, it was unanimously decided to call for a six-hour total bandh in all the Naga inhibited areas, starting from 6am to 12 noon on December 14," a NSF statement said.

"The bandh has been called to express the resentment of the Naga people against the passing of the contentious CAB in the Parliament, much against the interests and the sentiments of the Indigenous people in the North East states," the statement said.

The NSF directed all its federating units and subordinate bodies in Manipur, Assam and Nagaland to take up all necessary measures to ensure that the total bandh is carried out successfully in their respective jurisdictions.

However, NSF said students appearing for examination, healthcare professionals on duty, media personnel and marriage parties, provided the wedding card is produced, will be exempted from the proposed total bandh.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.