NRCৰ সম্পৰ্কত ইটিভি ভাৰতত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাৰ মন্তব্য ৷ কিছুদিন পূৰ্বে NRCকৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ত জনোৱা পুনৰীক্ষণ আবেদন পতিয়নযোগ্য তথ্য দিবহ নোৱৰাৰ বাবেই খাৰিজ কৰিছিল আদালতে ৷
- NRC পুনৰীক্ষণৰ আবেদনত কোনো তথ্য নাই
- যাৰবাবে ন্যায়ালয়ে খাৰিজ কৰিলে আবেদন
- আমি খিলঞ্জীয়া সংখ্যালঘূ হ'বলৈ গৈ আছো
- NRCত যি সকল বাদ পৰিব তেওঁলোক বিদেশী নহয়
- বাংলাদেশীক লৈ চৰকাৰ চিন্তিত নহয়
- NRC চূড়ান্ত তালিকা প্ৰকাশৰ পিচত কি হ'ব তাৰ কোনো স্পষ্ট ধাৰণা নাই