ETV Bharat / bharat

দিল্লীত দৈনিক 18000 লৈ বৃদ্ধি হ'ব COVID-19ৰ পৰীক্ষণ

author img

By

Published : Jun 15, 2020, 11:37 PM IST

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু দিল্লী চৰকাৰৰ মাজত হোৱা বৈঠকৰ পাচত আপ আৰু BJP দুয়োটা দলে ৰাজনৈতিক ভেদাভেদ পৰিহাৰ কৰি একগোট হৈ কৰ'ণাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আগবাঢ়িছে ।

দিল্লীত দৈনিক 18000 লৈ বৃদ্ধি COVID-19ৰ পৰীক্ষণ

নিউজ ডেস্ক, 15 জুনঃ সোমবাৰে দিল্লীৰ ৰাজ্য চৰকাৰ AAP আৰু কেন্দ্ৰীয় চৰকাৰ BJP মাজত একগোট হৈ যুদ্ধ কৰাৰ কথা ঘোষণা কৰে । লগতে জনায় যে, বৰ্তমান সময়ত প্ৰতিদিনে 18,000 কৈ COVID-19 পৰীক্ষণ কৰাৰ কথা অৱগত কৰে । 20 জুনৰ পৰা বৃদ্ধি কৰা হ'ব এই পৰীক্ষা ।

এই বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, ৰাজ্য খনৰ সকলো দলৰে প্ৰতিনিধি সকল উপস্থিত আছিল ।

এই বৈঠকত দিল্লীত কৰ'ণা ভাইৰাছৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে আলোচনা কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.