ETV Bharat / bharat

বিষয়া বাচনিৰ ক্ষেত্ৰত মৌলিক পৰীক্ষাৰ কোনো গুৰুত্ব নাইঃ ভাৰতীয় বায়ু সেনা - পৰীক্ষা

ভাৰতীয় বায়ু সেনাৰ কেন্দ্রীয় নিযুক্তি পৰীক্ষা, 2020 পৰিচালনাৰ ক্ষেত্ৰত কোনো বৈষম্য নাথাকে বুলি এক স্পষ্টিকৰণৰ জৰিয়তে জনালে বায়ু সেনা শীৰ্ষ কাৰ্যালয়ে ৷

No discrepancy in basic exam for selection of officers: IAF
বিবিষয়া বাচনিৰ ক্ষেত্ৰত মৌলিক পৰীক্ষাৰ কোনো গুৰুত্ব নাইঃ ভাৰতীয় বায়ু সেনাষয়া বাচনিৰ ক্ষেত্ৰত মৌলিক পৰীক্ষাৰ কোনো গুৰুত্ব নাইঃ ভাৰতীয় বিমান বাহিনী
author img

By

Published : Oct 27, 2020, 7:39 AM IST

নিউজ ডেস্কঃ সোমবাৰে ভাৰতীয় বায়ু সেনা শীৰ্ষ কাৰ্যালয়ে স্পষ্ট কৰি দিয়ে যে, ভাৰতীয় বিমান বাহিনীৰ শীৰ্ষ পদবীৰ বাবে অনুষ্ঠিত কৰা কেন্দ্ৰীয় নিযুক্তি পৰীক্ষা, 2020 ত কোনো ধৰণৰ বৈষম্য নাথাকে ৷

'ইতিমধ্যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ঘোষিত হোৱা "AFCAT" পৰীক্ষাৰ ফলাফল সন্দৰ্ভত একাংশ প্ৰাৰ্থীয়ে কৰিছিল উদ্বেগ প্ৰকাশ, যদিও এই পৰীক্ষা নিখুত আৰু সঠিক ভাৱেই অনুস্থিত কৰা হৈছিল ৷ সেয়েহে কোনোৱেও এই পৰীক্ষাৰ আয়োজনক লৈ বৈষম্য বা ভূল তথ্য দেখুৱাব নোৱাৰিলে ৷' এইদৰে উল্লেখ কৰিলে ভাৰতীয় বায়ু সেনা শীৰ্ষ কাৰ্যালয়ে ৷

আনহাতে ভাৰতীয় বায়ু সেনাৰ নিযুক্তি পৰীক্ষাত বিসংগতি হোৱাৰ অভিযোগেৰে সামাজিক মাধ্যমযোগে একাংশই বিৰোধ কৰিছিল যদিও এই ক্ষেত্ৰত কোনো যুক্তি যুক্ততা নাই বুলি সদৰি কৰিলে ভাৰতীয় বায়ু সেনা শীৰ্ষ কাৰ্যালয়ে ৷

ইফালে বায়ু সেনাত যোগদানৰ বাবে আগ্ৰহী প্ৰাৰ্থী সকলৰ বাবে বছৰেকত দুবাৰকৈ IAF ৰ পৰিচালনাত পৰীক্ষা অনুষ্ঠিত কৰা হয় ৷ তাৰোপৰি পৰীক্ষাৰ প্ৰশ্নোত্তৰ কাকত সমূহ উন্নত প্ৰযুক্তিৰে কম্পিউটাৰৰ জৰিয়তে পৰীক্ষা কৰাৰ লগতে CDAC নামৰ এক এজেঞ্চিৰ দ্বাৰা ইয়াৰ আয়োজন কৰা হয় বুলি এক স্পষ্টিকৰণৰ জৰিয়তে সদৰি কৰিলে ভাৰতীয় বায়ু সেনা শীৰ্ষ কাৰ্যালয়ে ৷

লগতে পঢ়ক- টাইৱানত অস্ত্ৰ বিক্ৰীৰ ক্ষেত্ৰত আমেৰিকাক বাধা চীনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.