ETV Bharat / bharat

ভাৰতত বৰ্তমান সময়ত অনুষ্ঠিত নহয় ক্ৰিকেট খেলঃ সৌৰভ গাংগুলী

বৰ্তমান সময়ত কোনো ক্ৰিকেট খেল নহয় বুলি সদৰী কৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে । লগতে মানৱ জীৱনতকৈ কোনো খেল মহত্বপূৰ্ণ নহয় বুলি বৃহস্পতিবাৰে মন্তব্য কৰে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে ।

সৌৰভ গাংগুলী
ভাৰতত বৰ্তমান সময়ত অনুষ্ঠিত নহয় ক্ৰিকেট খেলঃ সৌৰভ গাংগুলী
author img

By

Published : Apr 24, 2020, 10:51 AM IST

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ অনিৰ্দিষ্ট কাললৈ স্থগিত কৰা হৈছে ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ অৰ্থাৎ আইপিএল । দেশজুৰি চলা লক ডাউনৰ বাবেই স্থগিত কৰা হৈছে আইপিএল । আনহাতে, ভৱিষ্যতে হ'ব লগা ২০২০ চনৰ আইপিএলৰ ওপৰত বৃহস্পতিবাৰে মন্তব্য আগবঢ়ালে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক তথা বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে ।

সৌৰভ গাংগুলী
ভাৰতত বৰ্তমান সময়ত অনুষ্ঠিত নহয় ক্ৰিকেট খেলঃ সৌৰভ গাংগুলী

লক ডাউনৰ বাবেই স্থগিত হোৱা আইপিএল চলিত বৰ্ষৰ ছেপ্তেম্বৰ-নৱেম্বৰলৈ স্থানান্তিৰিত কৰিব বুলি মত প্ৰকাশ কৰে সৌৰভ গাংগুলীয়ে । লগতে এই ক্ষেত্ৰত আইচিচি আৰু ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অনুমতিৰ প্ৰয়োজন বুলিও মন্তব্য কৰে সৌৰভ গাংগুলীয়ে । অষ্ট্ৰেলিয়াই এই বৰ্ষৰ টি-২০ বিশ্বকাপৰ আয়োজন কৰিব বাবেই ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অনুমতিৰ দৰকাৰ বুলিও সদৰী কৰে ।

আনহাতে,এক সংবাদমেলত সৌৰভ গাংগুলীয়ে কয় যে,বৰ্তমান সময়ত কোনো ক্ৰিকেট খেল নহয় । মানৱ জীৱনক সংকটত পেলাই কোনো খেল অনুষ্ঠিত কৰা নহ' ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.