ETV Bharat / bharat

তিস্তা নদীৰ পানী ভাগ কৰা চুক্তিত কোনো সাল সলনি নাইঃ বিদেশ মন্ত্ৰী জয়শংকৰ - তিস্তা নদীৰ পানী ভাগ কৰা চুক্তিত কোনো সাল সলনি নাইঃ বিদেশ মন্ত্ৰী জয়শংকৰ

তিস্তা নদীৰ পানী ভাগ কৰা চুক্তিত কোনো সাল সলনি কৰা হোৱা নাই ৷ চিক্কিমত উৎপত্তি হোৱা তিস্তা নদী পশ্চিম বংগ হৈ বৈ আহি ভাৰতত অসমৰ ব্ৰহ্মপুত্ৰ নদী আৰু বাংলাদেশত থকা যমুনা নদীত মিলিত হয় ৷ বাংলাদেশে ডিচেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত নদীখনৰ 50 শতাংশ পানীৰ অংশীদাৰিত্ব বিচাৰিছিল যাৰ বিপৰীতে ভাৰতে বিচাৰিছিল 55 শতাংশ

তিস্তা নদীৰ পানী ভাগ কৰা চুক্তিত কোনো সাল সলনি নাইঃ বিদেশ মন্ত্ৰী জয়শংকৰ
author img

By

Published : Aug 20, 2019, 8:30 PM IST

নিউজ ডেস্ক, 20 আগষ্টঃ তিনি দিনীয়া বাংলাদেশ ভ্ৰমণলৈ যোৱা ভাৰতৰ বৈদেশিক মন্ত্ৰী এচ.জয়শংকৰে মঙলবাৰে জানিবলৈ দিয়ে যে তিস্তা নদীৰ পানী ভাগ কৰা চুক্তিত কোনো সাল সলনি কৰা হোৱা নাই ৷ চিক্কিমত উৎপত্তি হোৱা তিস্তা নদী পশ্চিম বংগ হৈ বৈ আহি ভাৰতত অসমৰ ব্ৰহ্মপুত্ৰ নদী আৰু বাংলাদেশত থকা যমুনা নদীত মিলিত হয় ৷ বাংলাদেশে ডিচেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত নদীখনৰ 50 শতাংশ পানীৰ অংশীদাৰিত্ব বিচাৰিছিল যাৰ বিপৰীতে ভাৰতে বিছাৰিছিল 55% ৷ 2011 চনত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত এই চুক্তি সম্পাদন হোৱা কথা আছিল যদিও পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আপত্তিত এই চুক্তি হৈ নুঠিল ৷

ETV BHARAT ASSAM
তিস্তা নদীৰ পানী ভাগ কৰা চুক্তিত কোনো সাল সলনি নাইঃ বিদেশ মন্ত্ৰী জয়শংকৰ
এই চুক্তিৰ বিষয়ে 2015 চনৰ জুন মাহত পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ ভ্ৰমণৰ সময়ত আলোচনা হৈছিল য’ত প্ৰধানমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক অতি শিঘ্ৰে এক সমাধানত উপনীত হ’ব বুলি অৱগত কৰিছিল ৷
  • Bangladesh: Speaking to media after bilateral discussions, External Affairs Minister Dr S Jaishankar said that he had a fruitful interaction with Foreign Minister AK Abdul Momen
    and India is looking forward to host Bangladesh Prime Minister Sheikh Hasina in New Delhi in October. pic.twitter.com/rF5QDtA5Kc

    — ANI (@ANI) August 20, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
তিনি দিনীয়া ভ্ৰমণসূচী লৈ বাংলাদেশত উপস্থিত হোৱা বৈদেশিক মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এইচ.ই. ম’মেনৰ লগত মিলিত হৈ তিস্তা নদীৰ পানী ভাগ কৰা চুক্তি আৰু ৰহিংগিয়া সন্দৰ্ভত আলোচনা কৰে ৷ ৰহিংগিয়া সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰায় 7 লাখ ৰহিংগিয়া ম্যানমাৰৰ পৰা বিগত বৰ্ষত পলায়ন কৰিছিল ৷ সেই লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে ভাৰত আৰু বাংলাদেশে একেলগে মিলিত হৈ কাম কৰিব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে ৷উল্লেখ্য যে,মন্ত্ৰীগৰাকীয়ে মঙলবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ লগত মিলিত হ’ব ৷

'NO CHANGE' IN TEESTA WATER SHARING AGREEMENT:EAM

তিস্তা নদীৰ পানী ভাগ কৰা চুক্তিত কোনো সাল সলনি নাইঃ বিদেশ মন্ত্ৰী জয়শংকৰ

নিউজ ডেস্ক, 20 আগষ্টঃ তিনি দিনীয়া বাংলাদেশ ভ্ৰমণলৈ যোৱা ভাৰতৰ বৈদেশিক মন্ত্ৰী এচ. জয়শংকৰে মঙলবাৰে জানিবলৈ দিয়ে যে তিস্তা নদীৰ পানী ভাগ কৰা চুক্তিত কোনো সাল সলনি কৰা হোৱা নাই ৷ চিক্কিমত উৎপত্তি হোৱা তিস্তা নদী পশ্চিম বংগ হৈ বৈ আহি ভাৰতত অসমৰ ব্ৰহ্মপুত্ৰ নদী আৰু বাংলাদেশত থকা যমুনা নদীত মিলিত হয় ৷ বাংলাদেশে ডিচেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত নদীখনৰ 50% পানীৰ অংশিদাৰিত্ব বিছাৰিছিল যাৰ বিপৰিতে ভাৰতে বিছাৰিছিল 55% ৷ 2011 চনত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত এই চুক্তি সম্পাদন হোৱা কথা আছিল যদিও পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আপত্তিত এই চুক্তি হৈ নুঠিল ৷
এই চুক্তিৰ বিষয়ে 2015 চনৰ জুন মাহত পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ ভ্ৰমনৰ সময়ত আলোচনা হৈছিল য’ত প্ৰধানমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছীনাক অতি শিঘ্ৰে এক সমাধানত উপনিত হ’ব বুলি অবগত কৰিছিল ৷
তিনি দিনীয়া ভ্ৰমণসূচি লৈ বাংলাদেশত উপস্থিত হোৱা বৈদেশিক মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এইচ. ই. ম’মেনৰ লগত মিলিত হৈ তিস্তা নদীৰ পানী ভাগ কৰা চুক্তি আৰু ৰহিংগিয়া সন্দৰ্ভত আলোচনা কৰে ৷ ৰহিংগিয়া সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰায় 7 লাখ ৰহিংগিয়া ম্যানমাৰৰ পৰা বিগত বৰ্ষত পলায়ন কৰিছি ৷ সেই লোকসকলৰ পুনৰসংস্থাপনৰ বাবে ভাৰত আৰু বাংলাদেশে একেলগে মিলিত হৈ কাম কৰিব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে, মন্ত্ৰীগৰাকীয়ে মঙলবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছীনাৰ লগত মিলিত হ’ব ৷ 
ECZXvyuXUAEx4at_fnNF1AD.jpg

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.