ETV Bharat / bharat

অপৰিৱৰ্তিত প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যঃ চিকিৎসক - প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী

10 আগষ্টত Army's Research and Referral হাস্পতালত ভৰ্তি হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ৷ মস্তিষ্কৰ পৰা এটা চেকুৰা আঁতৰাবলৈ প্ৰণৱ মুখাৰ্জীৰ মস্তিষ্কৰ অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল ৷

Pranab Mukherjee
প্ৰণৱ মুখাৰ্জী
author img

By

Published : Aug 23, 2020, 3:23 PM IST

নিউজ ডেস্ক, 23 আগষ্টঃ স্বাস্থ্যৰ কোনো পৰিৱৰ্তন হোৱা নাই প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৷ ভেন্টিলেটৰৰ সমৰ্থনত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ শ্বাস-প্ৰশ্বাসে ক্ৰিয়া কৰি আছে বুলি দেওবাৰে অৱগত কৰে দিল্লীৰ Army's Research and Referral নামৰ সেনা হাস্পতালৰ কৰ্তৃপক্ষই ৷ 84 বছৰীয়া মুখাৰ্জীক দেখা কৰি চিকিৎসকে কয় যে, তেওঁৰ গুৰুত্বপূৰ্ণ পেৰামিটাৰ স্থিৰে আছে ৷

লগতে পঢ়কঃ দেশবাসীক "নুৱাখাই জুহাৰ"ৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী তথা উপ-ৰাষ্ট্ৰপতিৰ

10 আগষ্টত Army's Research and Referral হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি হৈছিল প্ৰণৱ মুখাৰ্জী ৷ মস্তিষ্কৰ পৰা এটা চেকুৰা আঁতৰাবলৈ প্ৰণৱ মুখাৰ্জীৰ মস্তিষ্কৰ অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল ৷ মস্তিষ্কৰ অস্ত্ৰোপচাৰৰ পিছতে ১৬ আগষ্টত ক'ভিড-১৯ ত আক্ৰান্ত হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী । সম্প্ৰতি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ক'মাত আছে যদিও তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া, ৰক্ত সঞ্চালন, আৰু ৰক্তচাপ স্থিতিশীল অৱস্থাতে আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.