ETV Bharat / bharat

ৰাষ্ট্ৰপতিৰ দ্বাৰা ক্ষমাদান আবেদন নাকচ কৰাক প্ৰত্যাহ্বান নিৰ্ভয়া কাণ্ডৰ এজন দোষীৰ - নিৰ্ভয়া দলগত ধষৰ্ণ আৰু হত্যাৰ গোচৰ

উচ্চতম ন্যায়লয়ৰ ওচৰত ৰাষ্ট্ৰপতি দ্বাৰা ক্ষমাদান আবেদন পত্ৰ নাকচ কৰাক প্ৰত্যাহ্বান জনাই নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশ কুমাৰ সিংহে ৷

Nirbhaya convict moves SC over mercy plea rejection
ৰাষ্ট্ৰপতিৰ দ্বাৰা ক্ষমাদান আবেদন নাকচ কৰাক প্ৰত্যাহ্বান নিৰ্ভয়া কাণ্ডৰ এজন দোষীৰ
author img

By

Published : Jan 25, 2020, 7:30 PM IST

নেশ্যনেল ডেস্ক,25 জানুৱাৰী: ৰাষ্ট্ৰপতিৰ দ্বাৰা ক্ষমাদান আবেদন নাকচ কৰাক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান নিৰ্ভয়া কাণ্ডৰ এজন দোষীৰ ৷ শণিবাৰে ৰাষ্ট্ৰপতিৰ দ্বাৰা ক্ষমাদান আবেদন নাকচ কৰাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে নিৰ্ভয়া দলবদ্ধ ধষৰ্ণ আৰু হত্যাৰ গোচৰত মৃত্যুদণ্ড পোৱা এজন দোষী মুকেশ কুমাৰ সিংহে ৷ নিৰ্ভয়া কাণ্ড গোচৰৰ উকীল ব্ৰিণ্ডা গ্ৰোৱৰ শণিবাৰে সাংবাদিকক জনাই যে, "ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা ক্ষমাদান আবেদন নাকচ কৰাৰ পাছত প্ৰত্যাহ্বান জনাই মুকেশ কুমাৰ সিংহে উচ্চতম ন্যায়লয়ত আবেদন দাখিল কৰিছে ৷" ৰাষ্ট্ৰপতি ৰামনাথে কোৱিন্দে 17 জানুৱাৰীত নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশ সিংহ ক্ষমাদান আবেদন নাকচ কৰিছিল ৷ আবেদনপত্ৰ নাকচ হোৱাৰ পাছত দিল্লীৰ এখন আদালতে ডিচেম্বৰ 2012ৰ দলগত ধৰ্ষণ আৰু হত্যাৰ গোচৰত মৃত্যুদণ্ডৰে দণ্ডিত 4 জন দোষীৰ বিৰুদ্ধে শীঘ্ৰে মৃত্যুৰ আদেশ জাৰি কৰিছে, যিটো 1 ফেব্ৰুৱাৰী পুৱা 6 বজাত কাৰ্যকৰী হ'ব ৷

Nirbhaya convict moves SC over mercy plea rejection
নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশ কুমাৰ সিংহ

লগতে পঢ়ক:মাংগালুৰুৰ এগৰাকী পৰিৱেশবিদে কাঠেৰে নিৰ্মাণ কৰি উলিয়াইছে ব্ৰাচ

Intro:Body:

breaking

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.