ETV Bharat / bharat

নিউজিলেণ্ড এতিয়াও ক'ৰণা মুক্ত হোৱা নাই - মহিলা দুযোগৰাকী

নিউজিলেণ্ড চৰকাৰে ঘোষণা কৰিছিল যে বিগত তিনি সপ্তাহ ধৰি ক'ৰণাত আক্ৰান্ত সংখ্যা নতুনকৈ এজনো নাছিল । ২২ জনৰ মৃত্যু হোৱাৰ বিপৰিতে ১৫০০জন আক্ৰান্তই আৰোগ্য লাভ কৰিছিল । সম্প্ৰতি পুনৰ দুজনৰ দেহত পজিটিভ ধৰা পৰিছে।

নিউজিলেণ্ড এতিয়াও ক'ৰণা মুক্ত হোৱা নাই
নিউজিলেণ্ড এতিয়াও ক'ৰণা মুক্ত হোৱা নাই
author img

By

Published : Jun 16, 2020, 6:45 PM IST

নিউজ ডেস্ক,১৬ জুনঃ নিউজিলেণ্ড এতিয়াও সম্পূর্ণকৈ ক'ৰণামুক্ত হোৱা নাই ।পুনৰ দুগৰাকী মহিলাৰ দেহত নতুনকৈ ক'ৰণা ভাইৰাছৰ অৱস্থিতি দুয়োগৰাকী লণ্ডনৰ পৰা অহাৰ পিছতে কোভিড-১৯ পৰীক্ষা কৰাত পজিটিভ পোৱা গৈছে । লক্ষণীয় ভাৱে দুয়োগৰকী মহিলাই কোভিড-১৯ পৰীক্ষা কৰাই কোৱাৰেন্টাইনত নাথাকি ৱালিংটনলৈ গাড়ী লৈ যাত্রা কৰে।ইপিনে স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে যে তেওঁলোকৰ যাত্রা কালত কোনো লোক সংস্পৰ্শলৈ অহা নাই ।

নিউজিলেণ্ড এতিয়াও ক'ৰণা মুক্ত হোৱা নাই
নিউজিলেণ্ড এতিয়াও ক'ৰণা মুক্ত হোৱা নাই

আনহাতে নতুনকৈ আক্ৰান্ত মহিলা দুয়োগৰাকীৰ কোভিড-১৯ পৰীক্ষা কৰাৰ পিছত কোনো লোক সংস্পৰ্শলৈ অহা নাছিল। ইপিনে অচুকালেনত তেওঁলোকে নিশা য'ত হোটেলত আছিল নিউজিলেণ্ডলৈ অহাৰ আগতে তাত থকা সকলো লোকৰ লগতে এটা পৰিয়ালক কোৱাৰেন্টাইনত কৰা হৈছে ৱালিংটনত সকলোকে। ইফালে মহিলা দুয়োগৰাকীক লৈ চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ ।

লগতে চাওকঃ কোন সঁচা, কোন মিছা ? আৰক্ষী নে প্ৰশাসনিক বিষয়া !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.