মৰাণ ২০ মাৰ্চঃ মৰাণত মৃত নৱজাতক উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। বৃহস্পতিবাৰে মৰাণহাট থানাৰ অন্তৰ্গত খুমটাই চকলীয়াৰ নাৰদ কমাৰ চিকিৎসালয়ৰ কাষত এটা মৃত নৱজাতক উদ্ধাৰ হয় ৷ চিকিৎসালয়খনৰ চিকিৎসক আৰু কৰ্মচাৰীৰ ছুটী হোৱাৰ পাছতে চিকিৎসালয়ৰ কাষতে খেলি থকা কেইটামান শিশুৱে প্ৰথমে নৱজাতকৰ মৃতদেহটো প্ৰত্যক্ষ কৰে। এই খবৰ বিয়পি পৰাৰ পাছতে স্থানীয় লোকে মৃতদেহটো দেখি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে এই সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে যদিও নৱজাতকটোৰ পৰিচয় উলিয়াবলৈ সক্ষম হোৱা নাই ৷
মৰাণত নৱজাতকৰ মৃতদেহ উদ্ধাৰ - মৰাণহাট থানা
মৰাণত পুনৰ উদ্ধাৰ হ'ল নৱজাতক ৷তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃস্টি কৰিছে স্থানীয় লোকৰ মাজত ৷ কিমান নিদয়ী হ'লে এনেদৰে পেলাই থৈ যাব পাৰে নিজে জন্ম দিযা সন্তানক ৷

মৰাণত নৱজাতকৰ মৃতদেহ উদ্ধাৰ