ETV Bharat / bharat

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ শেহতীয়া খবৰ ... - ভেণ্টিলেটৰ সহায়

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, "14 আগষ্টৰ ৰাতিপুৱালৈকে তেখেতৰ স্বাস্থ্যৰ অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই তথা তেখেতৰ স্বাস্থ্যৰ বিশেষ যতন লৈ থকা হৈছে আৰু তেখেতক ভেণ্টিলেটৰত ৰখা হৈছে ৷"

Mukherjee continues to be on ventilator support
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ শেহতীয়া খবৰ ...
author img

By

Published : Aug 14, 2020, 12:57 PM IST

নিউজ ডেস্ক, 14 আগষ্ট : দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা শুকুৰবাৰেও অপৰিৱৰ্তিত হৈ আছে ৷ তেখেতেক ভেণ্টিলেটৰত ৰখা হৈছে বুলি তেখেতৰ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকে জানিবলৈ দিছে ৷

প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী দিল্লীৰ সেনাৰ ৰিচাৰ্চ আৰু ৰেফাৰেল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ সোমবাৰে তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ৷ যাৰ পাছতে তেখেতৰ শৰীৰত ধৰা পৰিছিল কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ৷

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, "14 আগষ্টৰ ৰাতিপুৱালৈকে তেখেতৰ স্বাস্থ্যৰ অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই তথা তেখেতৰ স্বাস্থ্যৰ বিশেষ যতন লৈ থকা হৈছে আৰু তেখেতক ভেণ্টিলেটৰ সহায়ত ৰখা হৈছে ৷"

লগতে পঢ়ক : চিৰাঙৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.