নতুন দিল্লী, 13 মাৰ্চ : কংগ্ৰছ সভাপতি ৰাহুল গান্ধী তথা অন্য ৰাজ্যনৈতিক নেতা ,খেলুৱৈ , অভিনেতা , ব্যৱসায়ীসকললৈ প্ৰধানমন্ত্ৰী মোডীৰ আহ্বান । ভোটদাতাসকলৰ মাজত লোকসভা নিৰ্বাচন সম্পৰ্কত সজাগতা সৃষ্টিৰ লগতে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ উৎসাহ যোগাবলৈ টুইটাৰ যোগে আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ ।
I appeal to @RahulGandhi, @MamataOfficial, @PawarSpeaks, @Mayawati, @yadavakhilesh, @yadavtejashwi and @mkstalin to encourage increased voter participation in the upcoming Lok Sabha polls. A high turnout augurs well for our democratic fabric.
— Narendra Modi (@narendramodi) March 13, 2019 " class="align-text-top noRightClick twitterSection" data="
">I appeal to @RahulGandhi, @MamataOfficial, @PawarSpeaks, @Mayawati, @yadavakhilesh, @yadavtejashwi and @mkstalin to encourage increased voter participation in the upcoming Lok Sabha polls. A high turnout augurs well for our democratic fabric.
— Narendra Modi (@narendramodi) March 13, 2019I appeal to @RahulGandhi, @MamataOfficial, @PawarSpeaks, @Mayawati, @yadavakhilesh, @yadavtejashwi and @mkstalin to encourage increased voter participation in the upcoming Lok Sabha polls. A high turnout augurs well for our democratic fabric.
— Narendra Modi (@narendramodi) March 13, 2019
প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইটাৰযোগে প্ৰকাশ কৰা অনুসৰি দেশত গণতান্ত্ৰিক চৰকাৰ গঠনৰ বাবে ভোটাদাতাসকলৰ অংশগ্ৰহণ অতি প্ৰয়োজন । সেয়েহে তেওঁ দেশৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱশালী ব্যক্তিসকলক এই ক্ষেত্ৰত ভোটদাতা সকলক উৎসাহ যোগাবলৈ আহ্বান জনায় । তেওঁ ৰাহুল গান্ধী , পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ,এন চি পি দলৰ নেতা শাৰদ পাৱাৰ , বি এচ পি প্ৰধান মায়াৱতী, আৰ জে ডি নেতা অখিলেশ যাদৱ , তেজস্বী যাদৱ , ডি এম কে প্ৰধান ষ্টলিনক এই ক্ষেত্ৰত আহ্বান জনায় ।লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে পি ভি সিন্ধু , ছাইনা নেহৱাল ,অমিতাভ বচ্চন শ্বাহৰুখ খান , ৰতন টাটাকো দেশত এখন শক্তিশালী গণতান্ত্ৰিক চৰকাৰ গঠনৰ সহায়ক হ'বলৈ টুইটাৰ যোগে অনুৰোধ কৰে ।