ETV Bharat / bharat

ৰেকৰ্ড গঢ়িলে মোডীৰ Man vs Wild য়ে - assam news

গ্ৰীলছৰ সৈতে থকা মোডীৰ এই বিশেষ খণ্ডটোয়ে আটাইতকৈ বেছি প্ৰত্যক্ষদৰ্শী লাভ কৰি ৰেকৰ্ড বনাবলৈ সক্ষম হৈছে

ৰেকৰ্ড গঢ়িলে মোডীৰ Man vs Wild য়ে
author img

By

Published : Aug 23, 2019, 1:53 PM IST

উজ ডেস্ক, 23 আগষ্টঃ বিগত কিছুদিন পূৰ্বে টিভি শ্ব' Man vs Wild ত বিয়েৰ গ্ৰীলছৰ সৈতে প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক ৷ গ্ৰীলছৰ সৈতে থকা মোডীৰ এই বিশেষ খণ্ডটোয়ে আটাইতকৈ বেছি দৰ্শকৰ সামাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

অনুষ্ঠানটোৰ স্ল'ট দৰ্শক 3.69 মিলিয়ন বাঢ়ি গৈ বৰ্তমান 3.67লৈ স্পৰ্শ কৰে ৷ আনহাতে, Discovery Network য়ে 6.1 মিলিয়ন প্ৰত্যক্ষদৰ্শী লাভ কৰে ৷ যি বিগত 4 সপ্তাহৰ তুলনাত 15 গুণে বৃদ্ধি পাইছে ৷

Discovery ৰ 3.05 মিলিয়ন, Star plus 3.67 মিলিয়ন আৰু Zee ত 3.3 মিলিয়নেৰে ভাৰত তথা বিশ্বত ট্ৰেণ্ডিং শ্ব' হিচাপে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ৷

Intro: পাঁচ বছৰীয়া এটি বিস্ময় বালিকা। যিগৰাকী বিস্ময় বালিকাই আলোড়ণৰ সৃষ্টি কৰিছে ধুবুৰীৰ লগতে সমগ্ৰ ৰাজ্যত। ভালকৈ উচ্চাৰণ কৰিব নোৱাৰিলেও আধাফুটা মাতেৰে খলখলিয়া কৈ কব পাৰে এটাৰ পিছত আনটো প্ৰশ্নৰ উত্তৰ। বিস্ময় বালিকাৰ মুখত আখৈ ফুটাদি ফুটিছে ধুবুৰীৰ পৰা শদিয়ালৈ প্ৰতিটো জিলাৰ লগতে দেশৰ প্ৰতিটো ৰাজ্যৰ নাম।

Body:

ধুবুৰীৰ এগৰাকী বিস্ময় বালিকাই খলকনি তুলিছে ধুবুৰী জিলাৰ লগতে সমগ্ৰ অসমত। পিছে কোন এইগৰাকী বিস্ময় বালিকা। আৰু কিহৰ বাবে চর্চালৈ আহিছে বিস্ময় বালিকা গৰাকী।

PTC:- (02)

হয়, ধুবুৰী জিলাৰ আগমণি অঞ্চলৰ পূব শ্বেৰনগৰ গাঁও তথা ২৪১৩ নং পূব শ্বেৰনগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত অধ্যয়নৰত এইগৰাকী কণমানি ছাত্ৰীৰ কথাই কৈছোঁ আমি। দিলোৱাৰা হুছেইনৰ কন্যা শেখ ফাহমিদা শ্বাৰ্মিলা। শ্বাৰ্মিলাই ২০১৪ চনৰ ১২ আগষ্টত জন্মগ্ৰহণ কৰে। জন্মৰ পিছৰ পৰাই নানীয়েকৰ ঘৰত ডাঙৰ দীঘল হৈ পাঁচ বছৰত ভৰি দিছে। পখিলা খেদা বয়সত যি সময়ত আন শিশু সকলে কেৱল বিদ্যালয় লৈ যোৱা আৰম্ভ কৰে। সেই হিচাপত শ্বাৰ্মিলা সম্পূৰ্ণ বিপৰীত। কাৰণ আন শিশুতকৈ বহু গুনেই ব্যতিক্ৰমী শ্বাৰ্মিলাই অৰ্জন কৰিছে বহু সাধাৰণ জ্ঞান। মুখেৰে ভালকৈ উচ্চাৰণ কৰিব নোৱাৰিলেও আধাফুটা মাতেৰে খলখলিয়াকৈ কব পাৰে ধুবুৰীৰ পৰা শদিয়ালৈ প্ৰতিখন জিলাৰ নাম। কব পাৰে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিখন ৰাজ্যৰ নামৰ আৰু প্ৰতিখন ৰাজ্যৰ ৰাজধানী। কেৱল এয়াই নহয়। বহু কেইটা সংক্ষিপ্ত শব্দৰ বিৱৰণ অতি সহজভাৱে কব পাৰে শ্বাৰ্মিলাই। আমাৰ সাংবাদিকে এফালৰ পৰা প্ৰশ্ন সুধিছে আৰু শ্বাৰ্মিলাই অতি সহজ ভাবে উত্তৰ দি গৈছে প্ৰতিটো প্ৰশ্নৰ।

সাধাৰণ জ্ঞানৰ উপৰি শ্বাৰ্মিলাই লিখা পঢ়াৰ ক্ষেত্ৰতো এক সুনাম আছে বিদ্যালয়ত। পঢ়াশুনাৰ উপৰি গীত নৃত্য আৰু খেল ধেমালি কৰি ভাল পায় শ্বাৰ্মিলাই। যদিওঁ খেল ধেমালি আৰু পঢ়াশুনাৰ সমান্তৰালকৈ অৰ্জন কৰি গৈছে ৰাজ্যৰ লগতে দেশ বিদেশৰ বহু সাধাৰণ জ্ঞান। এয়াই হৈছে বিস্ময় বালিকা শ্বাৰ্মিলা।

Conclusion: PTC:- (05)

উল্লেখযোগ্য যে, মাকৰ লগতে মাহীয়েক আৰু বিদ্যালয়ৰ শিক্ষক সকলেও এই ক্ষেত্ৰত শ্বাৰ্মিলাক প্ৰতিটো মুহূৰ্তত সহায় কৰি আহিছে। যাতে শ্বাৰ্মিলাই আগবাঢ়ি যাব পাৰে আৰু অসম তথা দেশবাসীৰ বাবে হৈ পৰে গৌৰৱ। আমি ইটিভি ভাৰতৰ ফালৰ পৰা শুভ কামনা যাচিছোঁ শ্বাৰ্মিলা লৈ।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.