ETV Bharat / bharat

লাডাখক স্মাৰ্ট অঞ্চললৈ পৰিবৰ্তনৰ চেষ্টা কেন্দ্ৰীয় চৰকাৰৰঃ হৰদ্ধীপ সিং পুৰী

কেন্দ্ৰীয় আবাস আৰু নাগৰিক উন্নয়ন মন্ত্ৰী হৰদ্ধীপ সিং পুৰীয়ে জনাই যে, ভাৰত-চীনৰ সংঘাতৰ পিচত কেন্দ্ৰীয় চৰকাৰে লাডাখৰ বাবে বাজেট চাৰি গুন বৃদ্ধি কৰিছে । বৰ্তমানে লাডাখ অঞ্চলক স্মাৰ্ট ক্ষেত্ৰ বনাবলৈ চেষ্টা চলাই আছে । লগতে স্বায়ত্ব পাহাৰীয়া বিকাশ উন্নয়ন অধিনিয়মৰ জৰিয়তে অঞ্চলটোৰ ভাষা-সংস্কৃতি বিকাশ আৰু সংৰক্ষণৰ বাবে চেষ্টা চলোৱা হৈছে ।

modi-govt-increased-ladakhs-budget-four-fold-hardeep-singh-puri

author img

By

Published : Jun 29, 2020, 10:44 PM IST

নিউজ ডেস্ক, ২৯ জুন : কেন্দ্ৰীয় আবাস আৰু নাগৰিক উন্নয়ন মন্ত্ৰী হৰদ্ধীপ সিং পুৰীয়ে জনাই যে, ভাৰত-চীনৰ সংঘাতৰ পিচত কেন্দ্ৰীয় চৰকাৰে লাডাখৰ বাবে বাজেট চাৰি গুন বৃদ্ধি কৰিছে । বৰ্তমানে লাডাখ অঞ্চলক স্মাৰ্ট ক্ষেত্ৰ বনাবলৈ চেষ্টা চলাই আছে । লগতে স্বায়ত্ব পাহাৰীয়া বিকাশ উন্নয়ন অধিনিয়মৰ জৰিয়তে অঞ্চলটোৰ ভাষা-সংস্কৃতি বিকাশ আৰু সংৰক্ষণৰ বাবে চেষ্টা চলোৱা হৈছে । আৰু আত্ম নিৰ্ভৰশীল ভাৰত আঁচনিৰ জৰিয়তে অঞ্চলটোৰ বিকাশৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব ।

আনহাতে, মন্ত্ৰী গৰাকীয়ে লাডাখ বাসীৰ বাবে সোমবাৰে এক ৰেলীৰ আয়োজন কৰা বুলিও উল্লেখ কৰে । লাডাখ আৰু লেহ অঞ্চলত ৫০ টা ম'বাইল টাৱাৰ স্থাপন কৰিব বুলিও উল্লেখ কৰে । যাৰবাবে ইতিমধ্যে ৫০০ কোটি টকা আবন্টন কৰা বুলি উল্লেখ কৰে । লগতে উক্ত অঞ্চলত সকলো ৰাজপথৰ পুনঃনিৰ্মান কৰিব বুলি উল্লেখ কৰাৰ লগতে নিজেই কম দিনৰ ভিতৰত উক্ত অঞ্চলত উপস্থিত হ'ব বুলি উল্লেখ কৰে ।

উক্ত ৰেলীত মন্ত্ৰী গৰাকীৰ লগতে, বিজেপিৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ অবিনাশ ৰায় খান্না, লাডাখৰ সাংসদ আৰু বিষয়ববীয়া উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.