ETV Bharat / bharat

গ্ৰেপ্তাৰ মেহবুবা মুফটী আৰু ওমৰ আব্দুল্লা নজৰবন্দী

author img

By

Published : Aug 5, 2019, 11:26 PM IST

Updated : Aug 5, 2019, 11:34 PM IST

গ্ৰেপ্তাৰ কৰা হৈছে মেহবুবা মুফটী আৰু ওমৰ আব্দুল্লাক ৷ তেওঁলোকক বৰ্তমান শ্ৰীনগৰৰ চৰকাৰী অতিথিশালাত ৰখা হৈছে ৷

মেহবুবা মুফটী

নেশ্বনেল ডেস্ক, 5 আগষ্ট : জম্মু - কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটী আৰু নেশ্বনেল কনফাৰেন্সৰ প্ৰধান ওমৰ আব্দুল্লা সহ আন বহুকেইজন ৰাজনৈতিক বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে ৷ জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপন হোৱাৰ পূৰ্বে এনেদৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰি শ্ৰীনগৰৰ চৰকাৰী অতিথিশালালৈ লৈ যোৱা হয় ৷

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ৰাজ্যসভাত অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ উত্থাপন কৰে ৷ ইয়াৰোপৰি, চৰকাৰে জম্মু - কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ প্ৰস্তাৱ ৰাখে ৷

কাশ্মীৰৰ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰেপ্তাৰ কৰা হৈছে নেতা দুগৰাকীক ৷

MEHBOOBA MUFTI, OMAR ABDULLAH AND OTHERS DETAINED

মেহবুবা মুফটী, ওমৰ আবদুল্লাহক নজৰবন্দী

নেশ্বনেল ডেস্ক, 5 আগষ্ট : জম্মু - কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটী আৰু নেশ্বনেল কনফাৰেন্সৰ প্ৰধান ওমৰ আব্দুল্লাহ সহ আন বহুকেইজন ৰাজনৈতিক বিষয়াক নজৰবন্দী কৰি ৰখা হৈছে ৷ জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপন হোৱাৰ পূৰ্বে এনেদৰে তেওঁলোকক নজৰবন্দী কৰি শ্ৰীনগৰৰ চৰকাৰী অতিথিশালালৈ লৈ যোৱা হয় ৷

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ৰাজ্যসভাত অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ উত্থাপন কৰে ৷ ইয়াৰোপৰি, চৰকাৰে জম্মু - কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ প্ৰস্তাৱ ৰাখে ৷ 
Last Updated : Aug 5, 2019, 11:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.