ETV Bharat / bharat

লাডাখত শ্বহীদ হোৱা জোৱানৰ পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰি দিয়কঃ মায়াৱতী - লাডাখত শ্বহীদ হোৱা জোৱানৰ পৰিয়ালৰ সদস্যক চৰকাৰী দিয়কঃ মায়াৱতী

"দেশ ৰক্ষাৰ অৰ্থে চীনা সৈন্যৰ সৈতে যুঁজ দি ২০ জনকৈ জোৱান শ্বহীদ হোৱা ঘটনা সচাকৈয়ে দুখঃজনক। জোৱানসকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি নিজৰ কাম কৰি যোৱা কাৰ্যত দেশবাসী গৌৰৱান্বিত।" ২০ জনকৈ জোৱানৰ মৃত্যুত শোক প্ৰকাশ কৰি এই মন্তব্য কৰে বহুজন সমাজবাদী দল প্ৰধান মায়াৱতীয়ে ।

Mayawati
Mayawati asks Centre to provide aid to the families of soldiers who lost their lives in Galwan face-off
author img

By

Published : Jun 18, 2020, 7:33 PM IST

Updated : Jun 18, 2020, 7:42 PM IST

নিউজ ডেস্ক, ১৮ জুনঃ লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ আক্ৰমণত ২০ জনকৈ ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱা ঘটনাত শোকপ্ৰকাশ কৰে বহুজন সমাজবাদী দল প্ৰধান মায়াৱতীয়ে। লগতে,চীনা সৈন্যৰ সৈতে হোৱা এই সংঘৰ্ষত প্ৰাণ হেৰুওৱা প্ৰতিজন জোৱানৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই বিএছএফ নেতৃগৰাকীয়ে।

Mayawati asks Centre to provide aid to the families of soldiers who lost their lives in Galwan face-off
লাডাখত শ্বহীদ হোৱা জোৱানৰ পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰি দিয়কঃ মায়াৱতী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাতৃভূমি ৰক্ষাৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিয়া আমাৰ জোৱানসকলক দেশবাসীৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলী জনোৱা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মায়াৱতীয়ে কয় যে- "কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে শ্বহীদ জোৱানসকলৰ পৰিয়ালক সহায় কৰাটো চৰকাৰৰ এটা বিশেষ দায়িত্ব। লগতে, তিনিমাহৰ ভিতৰত প্ৰতিজন জোৱানৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰা উচিত।"

"দেশ ৰক্ষাৰ অৰ্থে চীনা সৈন্যৰ সৈতে যুঁজ দি ২০ জনকৈ জোৱান শ্বহীদ হোৱা ঘটনা সচাকৈয়ে দুখঃজনক। জোৱানসকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি নিজৰ কাম কৰি যোৱা কাৰ্যত দেশবাসী গৌৰৱান্বিত। আমি সকলো তেওঁলোক পৰিয়ালৰ লগত আছো" বুলি টুইটাৰযোগে উল্লেখ কৰে বহুজন সমাজবাদী দল প্ৰধান মায়াৱতীয়ে।

লগতে চাওকঃ লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত আৰম্ভ ৰে’লৰ চলাচল

Last Updated : Jun 18, 2020, 7:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.