ETV Bharat / bharat

বজাৰৰ খবৰঃ ছেনচেক্স নিম্নগামী, দিল্লীত বৃদ্ধি ডিজেলৰ মূল্য

author img

By

Published : Jul 9, 2020, 12:11 AM IST

একেদৰে বুধবাৰৰ দিনটোত নিম্মগামী হয় নিফটি ৷ 93.90 পইন্ট নিম্নগামী হৈ 10,705.75 পইন্টত বজাৰ সামৰে নিফটিয়ে ।

বজাৰৰ খবৰ
বজাৰৰ খবৰ

নিউজ ডেস্ক, 8 জুলাইঃ ক্ৰমাগতভাৱে পঞ্চম দিনাও নিম্নগামী হৈছে বোম্বে ষ্টক বজাৰৰ সূচকাংক । বুধবাৰৰ দিনটোত 346 পইণ্ট নিম্নগামী হয় শ্বেয়াৰ বজাৰ ।

একেদৰে বুধবাৰৰ দিনটোত নিম্মগামী হয় নিফটিৰ সূচক । 93.90 পইন্ট নিম্নগামী হৈ 10,705.75 পইন্টত বজাৰ সামৰে নিফটিয়ে ।

ছেনচেক্স নিম্নগামী, দিল্লীত বৃদ্ধি ডিজেলৰ মূল্য

ইপিনে দিল্লীত বৃদ্ধি পাই আছে ডিজেলৰ মূল্য । ডিজেলৰ মূল্য বুধবাৰে 25 পইচা বৃদ্ধি হয় । উল্লেখ্য যে, দিল্লীত ডিজেলৰ মূল্য পেট্ৰ'লতকৈয়ো অধিক হৈছে ।

উল্লেখ্য যে, আজিৰ দিনটোত দিল্লীত প্ৰতি দহগ্ৰাম সোণত 723 টকা বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আমেৰিকান ডলাৰৰ তুলনাত 9 পইচা হ্ৰাস পাইছে ।

লগতে পঢ়ক : মুম্বাইত প্লাজমা থেৰাপি ইউনিট মুকলি কৰিলে শচীন তেণ্ডুলকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.