ETV Bharat / bharat

চীনৰ মহিলাক আক্ৰমণ কৰি গ্ৰেপ্তাৰ এজন - চীনৰ মহিলাক আক্ৰমণ

শনিবাৰে নয়ডা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ব্যক্তিক । গ্ৰেটাৰ নয়ডাত এটা সংস্থাই পদপথত থকা তথা সমাজৰ পৰা অবহেলিত কুকুৰ সমূহক খাদ্য যোগান ধৰা ঘটনা সন্দৰ্ভতে ব্যক্তিজনে এগৰাকী চীনৰ মহিলাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল । যাৰ বাবে আইপিছিৰ ৩৫৮ বি, ৫০৪ আৰু ৩২৩ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে অভিযুক্ত ব্যক্তি গৰাকীক ।

গ্ৰেটাৰ নয়ডা
গ্ৰেটাৰ নয়ডাত চীনৰ মহিলাক আক্ৰমণ কৰি ৰঙা ঘৰৰ আলহী এজন ব্যক্তি
author img

By

Published : May 31, 2020, 10:34 AM IST

নিউজ ডেস্ক, ৩১ মে': বিগত কিছুদিন পূৰ্বে গ্ৰেটাৰ নয়ডাত কিছু সংখ্যক লোকে পদপথত থকা কুকুৰসমূহক যোগান ধৰিছিল খাদ্যৰ । তাৰ পাচতে এজন ব্যক্তিয়ে এগৰাকী চীনৰ মহিলাক কুকুৰৰ খাদ্য যোগান ধৰা ঘটনাক কেন্দ্ৰ কৰি মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । ঘটনা সন্দৰ্ভত শনিবাৰে অভিযুক্ত ব্য়ক্তিজনক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰে আৰক্ষীয়ে ।

গ্ৰেটাৰ নয়ডা
গ্ৰেটাৰ নয়ডাত চীনৰ মহিলাক আক্ৰমণ কৰি ৰঙা ঘৰৰ আলহী এজন ব্যক্তি

ঘটনা সন্দৰ্ভত উপায়ুক্ত বৃন্দা শুক্লাই (মহিলা সুৰক্ষা ) কয় যে, বিগত ২৫ মে' ত এগৰাকী চীনৰ মহিলাই এটি গোচৰ ৰুজু কৰে । কুকুৰৰ খাদ্য যোগান ধৰাৰ বাবেই চীনৰ মহিলা গৰাকীক এজন ব্যক্তিয়ে মাৰধৰ কৰে বুলি অভিযোগ উত্থাপন কৰে । ব্যক্তিজন তেখেতৰ প্ৰতিবেশী তথা এটিছ গ্ৰীন পেৰাডাইজ ছোচাইটিৰ বিটা-২ ৰ বাসিন্দা বুলি উল্লেখ কৰে চীনৰ মহিলা গৰাকীয়ে । মহিলা গৰকীৰ গোচৰৰ ভিত্তিতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি তথা মহিলা গৰাকীৰ মেডিকেল ৰিপৰ্টৰ ভিত্তিত অভিযুক্ত ব্যক্তি গৰাকীক গ্ৰেপ্তাৰ কৰে ।

আনহাতে, ঘটনা সন্দৰ্ভত নয়ডা আৰক্ষী আয়ুক্তই টুইটযোগে সদৰী কৰে যে, গ্ৰেটাৰ নয়ডাত চীনৰ মহিলাক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত ৰুজু কৰা গোচৰৰ ভিত্তিতে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। পদপথত থকা কুকুৰসমূহক খাদ্য যোগান ধৰাৰ বাবেই চীনৰ মহিলা গৰাকীক আক্ৰমণ কৰিছিল বুলি গোচৰ ৰুজু কৰে ভুক্তভোগী মহিলা গৰাকীয়ে । ঘটনাৰ তদন্তৰ অন্তত শনিবাৰে আৰক্ষীয়ে আইপিছিৰ ৩৫৮ বি, ৫০৪ আৰু ৩২৩ ধাৰাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে অভিযুক্ত ব্যক্তি গৰাকীক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.