ETV Bharat / bharat

মালদ্বীপৰ সংসদত ভাষণ প্ৰদান কৰিব মোডীয়ে - মালদ্বীপৰ সংসদ

দেশখনৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ চলিহৰ অনুৰোধ মৰ্মে মালদ্বীপৰ সংসদত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

মালদ্বীপৰ সংসদত ভাষণ প্ৰদান কৰিব মোডীয়ে
author img

By

Published : May 29, 2019, 11:49 PM IST

মালদ্বীপ,29 মে': মালদ্বীপৰ সংসদত ভাষণ প্ৰদানৰ বাবে আমন্ত্ৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ আগন্তুক মাহত মোডীৰ মালদ্বীপ ভ্ৰমণৰ সময়তেই দেশখনৰ সংসদ ভৱনত ভাষণ প্ৰদান কৰিব মোডীয়ে ৷

মালদ্বীপৰ বিদেশ মন্ত্ৰী আব্দুলা চাহিদে টুইটাৰ যোগে প্ৰকাশ কৰে এই কথা ৷ দেশখনৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ চলিহৰ অনুৰোধ মৰ্মে মালদ্বীপৰ সংসদত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ মোডীক আমন্ত্ৰণৰ সন্দৰ্ভত বুধবাৰে মালদ্বীপৰ সংসদৰ 80 জন সদস্যই যুটীয়াভাৱে ভোটদানেৰে সন্মত হয় ৷

maldives invites modi to adress parliament

মালদ্বীপৰ সংসদত ভাষণ প্ৰদান কৰিব মোডীয়ে

দেশখনৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ চলিহৰ অনুৰোধ মৰ্মে মালদ্বীপৰ সংসদত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে৷

মালদ্বীপ, 29 মে' :  মালদ্বীপৰ সংসদত ভাষণ প্ৰদানৰ বাবে আমন্ত্ৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ আগন্তুক মাহত মোডীৰ মালদ্বীপ ভ্ৰমণৰ সময়তেই দেশখনৰ সংসদ ভৱনত ভাষণ প্ৰদান কৰিব মোডীয়ে৷

মালদ্বীপৰ বিদেশ মন্ত্ৰী আব্দুলা চাহিদে টুইটাৰ যোগে প্ৰকাশ কৰে এই কথা৷ দেশখনৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ চলিহৰ অনুৰোধ মৰ্মে মালদ্বীপৰ সংসদত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে৷ মোডীক আমন্ত্ৰণৰ সন্দৰ্ভত বুধবাৰে মালদ্বীপৰ 
Modi_Solihapr8_YVdD93m_1.jpg
সংসদৰ 80 জন সদস্যই যুটীয়াভাৱে ভোটদানেৰে সন্মত হয়৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.