- ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত ৰাজ্যসভাত প্ৰশ্ন মেঘালয়ৰ সাংসদ ৱাংচুক চিয়েমৰ
- সকলো ৰাজ্যৰ আৰ্থসামাজিক পৰিৱেশ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰৱৰ্তন কৰিব লাগে ৰাষ্ট্ৰীয় শিক্ষানীতি
- হিন্দী আৰু ইংৰাজী ভাষাৰ সমানেই স্থানীয় ভাষাক গুৰুত্ব দিয়াৰ বাবে পৰামৰ্শ
- ইতিহাস,সংস্কৃতিৰ ওপৰত ভিত্তি কৰি শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কৰাৰ প্ৰসংগ উত্থাপন
- ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত ছাত্ৰ সংগঠন সমূহৰ মাজত মুকলি বিতৰ্ক অনুষ্ঠিত কৰিব লাগে
ৰাষ্ট্ৰীয় শিক্ষানীতি কেনে হোৱাতো উচিত ?
কি আছে ৰাষ্ট্ৰীয় শিক্ষানীতিত ? ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত ৰাজ্যসভাত প্ৰশ্ন কৰে মেঘালয়ৰ সাংসদ ৱাংচুক চিয়েমে ৷ সকলো ৰাজ্যৰ আৰ্থসামাজিক পৰিৱেশ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ লগতে কেবাটাও পৰামৰ্শ আগবঢ়ায় ৰাজ্যসভাৰ সাংসদগৰাকীয়ে
ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত ৰাজ্যসভাত প্ৰশ্ন
- ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত ৰাজ্যসভাত প্ৰশ্ন মেঘালয়ৰ সাংসদ ৱাংচুক চিয়েমৰ
- সকলো ৰাজ্যৰ আৰ্থসামাজিক পৰিৱেশ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰৱৰ্তন কৰিব লাগে ৰাষ্ট্ৰীয় শিক্ষানীতি
- হিন্দী আৰু ইংৰাজী ভাষাৰ সমানেই স্থানীয় ভাষাক গুৰুত্ব দিয়াৰ বাবে পৰামৰ্শ
- ইতিহাস,সংস্কৃতিৰ ওপৰত ভিত্তি কৰি শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কৰাৰ প্ৰসংগ উত্থাপন
- ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত ছাত্ৰ সংগঠন সমূহৰ মাজত মুকলি বিতৰ্ক অনুষ্ঠিত কৰিব লাগে
Intro:Body:
MAGHALAYA MP ON NATIONAL EDUCATION POLICY
ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত ৰাজ্যসভাত প্ৰশ্ন মেঘালয়ৰ সাংসদ ৱাংচুক চিয়েমৰ
সকলো ৰাজ্যৰ আৰ্থসামাজিক পৰিৱেশ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰৱৰ্তন কৰিব লাগে ৰাষ্ট্ৰীয় শিক্ষানীতি
হিন্দী আৰু ইংৰাজী ভাষাৰ সমানেই স্থানীয় ভাষাক গুৰুত্ব দিয়াৰ বাবে পৰামৰ্শ
ইতিহাস, সংস্কৃতিৰ ওপৰত ভিত্তি কৰি শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কৰাৰ প্ৰসংগ উত্থাপন