ETV Bharat / bharat

27 মাৰ্চলৈকে স্থগিত মধ্যপ্ৰদেশ বিধানসভা - MADHAY PRADESH ASSEMBLY SUSPENDED FOR 27TH MARCH ETV BHARAT NEWS

27 মাৰ্চলৈকে স্থগিত মধ্যপ্ৰদেশ বিধানসভা
27 মাৰ্চলৈকে স্থগিত মধ্যপ্ৰদেশ বিধানসভা
author img

By

Published : Mar 24, 2020, 1:12 PM IST

Updated : Mar 24, 2020, 2:42 PM IST

13:04 March 24

কৰ'ণা আতংকঃ 27 মাৰ্চলৈকে স্থগিত থাকিব মধ্যপ্ৰদেশ বিধানসভাৰ সকলো কাম কাজ

  • কৰ'ণাৰ বাবে স্থগিত থাকিব মধ্যপ্ৰদেশ বিধানসভা 
  • অহা 27 মাৰ্চলৈকে স্থগিত থাকিব বিধানসভাৰ সকলো কাম কাজ
  • নতুনকৈ গঠন হোৱা বিজেপি চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত
  • কমল নাথৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ বিফল হৈছিল সংখ্যাগৰিষ্ঠ প্ৰমাণ কৰাত 
  • বিজেপিয়ে 112 টা আস্থা ভোট লাভ কৰি গঠন কৰে চৰকাৰ 
  • ইয়াৰ লগে লগে অৱসান ঘটে 15 মহীয়া কংগ্ৰেছ চৰকাৰখনৰ 
  • বিজেপিৰ শিৱৰাজ সিং চৌহানৰ নেতৃত্বত মধ্যপ্ৰদেশত গঠন কৰে নতুন চৰকাৰ
  • জ্যোতিৰাদিত্য সিন্ধিয়াৰ পদত্যাগৰ পিচতে একপ্ৰকাৰ ভংগ হৈছিল কংগ্ৰেছ চৰকাৰ

Last Updated : Mar 24, 2020, 2:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.