ETV Bharat / bharat

17 মে' পৰ্যন্ত বৃদ্ধি লক্ ডাউন

COVID-19ৰ জটিল পৰিস্থিৰ সৈতে মোকাবিলা কৰিবলৈ, ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে 17 মে'লৈ লক্ ডাউন বৃদ্ধি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ।

author img

By

Published : May 1, 2020, 6:57 PM IST

lockdown extend till 17 may
lockdown extend till 17 may

নিউজ ডেস্ক, 1 মে': এক ব্যাপক সমীক্ষাৰ অন্তত আৰু লক্ ডাউনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি COVID-19ৰ জটিল পৰিস্থিৰ সৈতে মোকাবিলা কৰিবলৈ, ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ দ্বাৰা দুৰ্যোগ প্ৰশমন আইনৰ অধীনত 17 মে' 2020 লৈ লক্ ডাউন অব্যাহত ৰখাৰ নিৰ্দেশনা প্ৰদান কৰে ।

17 মে'লৈ বৃদ্ধি লক্ ডাউন
17 মে'লৈ বৃদ্ধি লক্ ডাউন

দেশৰ বিভিন্ন জিলাৰ হটস্পট সমূহৰ ওপৰত ভিত্তি কৰি গৃহ মন্ত্ৰণালয়ে এই সময়চোৱাত ভিন্ন কাৰ্যকলাপ নিয়ন্ত্ৰণৰ বাবে নতুন নিৰ্দেশনাও জাৰি কৰিছে । এই নিৰ্দেশনা সমূহ গ্ৰীণ জ'ন আৰু অৰেঞ্জ জ'নত কিছু পৰিমাণে শিথিলতাৰ বাবেও অনুমতি প্ৰদান কৰিছে ।

লগতে পঢ়কঃ চেন্নাইত আৱদ্ধ গোলাঘাটৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কাতৰ আহ্বান চৰকাৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.