ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক প্ৰশংসা কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ - মহাৰাষ্ট্ৰ

দেওবাৰে টুইটযোগে বলীউদৰ কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ প্ৰশংসা কৰে । লগতে বৰ্ষীয়ান শিল্পীগৰাকীয়ে সকলো জনসাধৰণক ঘৰতে থাকিবলৈ আহ্বান জনায় ।

covid-19
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক প্ৰশংসা কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ
author img

By

Published : Apr 26, 2020, 11:23 PM IST

Updated : Apr 27, 2020, 10:10 AM IST

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ বলীউদৰ কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে দেওবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰ প্ৰশংসা কৰাৰ লগতে কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ অনুৰাগী তথা জনসাধাৰণক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনায় ।

  • नमस्कार.आज महाराष्ट्र के मुख्यमंत्री माननीय उद्धव ठाकरे जी ने महाराष्ट्र की आज की परिस्थिति के बारे में जो कहा और जो कदम हमारी सरकार उठा रही है वो सचमें सराहनीय है.सर्व धर्म के लोगों को एक होकर हमारे मुख्यमंत्री जी का साथ देना चाहिए.एक बार फिरसे बिनती है ,घरमें रहें सुरक्षित रहें

    — Lata Mangeshkar (@mangeshkarlata) April 26, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

দেওবাৰে শিল্পী গৰাকীয়ে টুইটযোগে কয়, নমস্কাৰ ! আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী মাননীয় উদ্ধৱ থাকৰে ডাঙৰীয়াই বৰ্তমান পৰিস্থিতি সন্দৰ্ভত যি বৰ্ণনা আগবঢ়ালে তথা যি পদক্ষেপ আমাৰ চৰকাৰে গ্ৰহণ কৰি আহিছে সেয়া সঁচাকৈ প্ৰশংসনীয় । সকলো ধৰ্মৰ ব্য়ক্তিয়ে এক হৈ এই পদক্ষেপত মুখ্যমন্ত্ৰী গৰাকীক সহযোগ কৰিব লাগে । এবাৰ পুনৰ আপোনালোকক অনুৰোধ কৰিছো যে, ঘৰত থাকক সুৰক্ষিত থাকক ৷

covid-19
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক প্ৰশংসা কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই সোমবাৰে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ৰাজ্যৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰিব ।

Last Updated : Apr 27, 2020, 10:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.