ETV Bharat / bharat

আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক দিল্লী এইমছত ভৰ্তি

author img

By

Published : Jan 23, 2021, 10:48 PM IST

দিল্লী এইমছত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক ৷ 22 ফেব্ৰুৱাৰী পৰ্যন্ত এইমছতে চিকিৎসা চলিব আৰ জে ডিৰ অধ্যক্ষ গৰাকীৰ ৷

Lalu prasad yadav has been admitted to delhi AIIMS
আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক দিল্লী এইমছত ভৰ্তি

নিউজ ডেস্ক,23 জানুৱাৰী: এয়াৰ এম্বুলেঞ্চলৰ জৰিয়তে দিল্লীত উপস্থিত আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱ ৷ সম্প্ৰতি দিল্লী এইমছত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে আৰ জে ডিৰ অধ্যক্ষ গৰাকীক ৷ প্ৰাপ্ত তথ্য অনুসৰি 22 ফেব্ৰুৱাৰী পৰ্যন্ত এইমছতে চিকিৎসা চলিব লালু প্ৰসাদ যাদৱৰ ৷ উল্লেখ্য যে, দিল্লী প্ৰেৰণৰ পূৰ্বে ৰাছীৰ ৰিমছ হাস্পতালৰ আঠজনীয়া চিকিৎসকৰ দলে এক বৈঠকত মিলিত হৈছিল ৷ আৰু এই বৈঠকতে জ্যেষ্ঠ নেতাগৰাকীক উন্নত চিকিৎসাৰ বাবে দিল্লী এইমছলৈ প্ৰেৰণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক-হিমাচলৰ ৰাজ্য়িক দিৱসৰ সোণালী জয়ন্তীত উপস্থিত থাকিব অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.