ETV Bharat / bharat

বাল্মীকি সম্প্ৰদায়ৰ লোকক সাক্ষাৎ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে বাল্মীকি সম্প্ৰদায়ৰ সদস্য সকলক সাক্ষাৎ কৰে ৷ আপৰ নেতা সঞ্জয় সিঙে সাক্ষাৎ কৰাৰ ছবি টুইটাৰত শ্বেয়াৰ কৰিছে ৷

author img

By

Published : Oct 21, 2020, 10:43 PM IST

Kejriwal meets members of Valmiki community who converted to Buddhism
বাল্মীকি সম্প্ৰদায়ৰ লোকক সাক্ষাৎ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

নিউজ ডেস্ক, 21 অক্টোবৰ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে বাল্মীকি সম্প্ৰদায়ৰ সদস্য সকলক সাক্ষাৎ কৰে ৷ যিসকলে হাথৰছ কাণ্ডৰ বিৰোধিতাৰ বাবে গাজিবাদলৈ গৈ আন্দোলন অব্যাহত ৰাখিছিল ৷ সদস্য সকলক সাক্ষাৎ কৰাৰ পিচতে আপৰ নেতা সঞ্জয় সিঙে কেজৰিৱালৰ ছবি টুইটাৰত শ্বেয়াৰ কৰিছে ৷

  • आदित्यनाथ के राज में दलितों के लिये न्याय नही है दलितों के साथ हत्त्या बलात्कार जैसी घटनायें हो रहीं हैं दलित समाज पीड़ित है हाथरस कांड से आक्रोशित हिन्दू धर्म छोड़ने वाले बाल्मीकी समाज के लोगों ने दिल्ली के CM @ArvindKejriwal जी से मुलाक़ात कर अपना दर्द साझा किया। pic.twitter.com/YzWVDkZ7o3

    — Sanjay Singh AAP (@SanjayAzadSln) October 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত সিঙে কয় যে, সামাজিকভাৱে পিচপৰা বাল্মীকি সম্প্ৰদায়ৰ লোকসকলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে । ইফালে, মুখ্যমন্ত্ৰী কেজৰিৱালে স্থানীয় লোকসকলক আশ্ৰয় দি কয় যে, তেওঁ কাৰেৰা গাঁৱলৈ আহিব আৰু তেওঁ ব্যক্তিগতভাৱে সমাজৰ প্ৰতিজন লোকক সাক্ষাৎ কৰিব ৷

উল্লেখ্য যে, হাথৰছ ঘটনাৰ ফলত সমগ্ৰ দেশজুৰি ভুক্তভোগীৰ ন্যায়ৰ দাবীত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকলে আন্দোলন অব্যাহত ৰাখিছিল ৷

লগতে পঢ়ক : বিজেপিয়ে আগফালে 100 টকা দি পিছফালেৰে 1000 টকা পকেট মাৰেঃ ৰিপুন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.