ETV Bharat / bharat

আমেৰিকা উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে মনোনীত হ'ল কমলা হেৰিছ

author img

By

Published : Aug 20, 2020, 2:06 PM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈ ইতিহাস ৰচিলে ভাৰতীয় মূলৰ মহিলা কমলা হেৰিছে। আমেৰিকাৰ ডেম'ক্ৰেটিক দলৰ হৈ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা।

আমেৰিকা উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কমলা হেৰিছ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ আগষ্ট : আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মনোনীত প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা হিচাপে ইতিহাস ৰচিলে ভাৰতীয় মূলৰ মহিলা কমলা হেৰিছে। আমেৰিকাৰ ডেম'ক্ৰেটিক দলৰ হৈ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনী যুঁজত নামিব কেলিফৰ্ণিয়াৰ ৫৫বছৰীয়া ছিনেটৰগৰাকীয়ে। ডেম'ক্ৰেটিক দলৰ বৈঠকত নিজৰ ভাষণত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে কমলা হেৰিছে।

  • I am honored to accept the nomination for Vice President of the United States.

    I do so, committed to the values my mother taught me and to a vision that @JoeBiden shares—where all are welcome, no matter what we ​look​ like, where we ​come​ from, or who we ​love​. #DemConvention

    — Kamala Harris (@KamalaHarris) August 20, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, ড'নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হ'লে আমেৰিকাৰ গণতন্ত্ৰলৈ বিপদ নামি আহিব বুলি সকীয়াই দিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামাই। প্ৰাথমিক ভোটগ্ৰহণত কমলা হেৰিছ বিফল হৈছিল। হেৰিছৰ পিতৃ জামাইকাৰ আৰু মাতৃ ভাৰতৰ। জ' বিদেনে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে কৃষ্ণাংগ মহিলা কমলা হেৰিছৰ নাম ঘোষণা কৰিছিল।

লগতে পঢ়ক : বিজেপিয়ে এককভাবে বিটিচি চৰকাৰ গঠন কৰিব : ভবেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.