ETV Bharat / bharat

ৰাজস্থানৰ মৰুভূমিত আঠখনকৈ দেশৰ সেনাৰ কুচকাৱাজ

ভাৰতীয় সেনাৰ সহযোগত সোমবাৰৰ পৰা আৰম্ভ হৈছে ষষ্ঠ সংখ্যক "আৰ্মী স্কাউট মাষ্টাৰছ কম্পিটিশ্বন" ৷ চীন, ৰাছিয়া, বেলাৰুছ, আৰ্মেনিয়া, কাজাখাস্তান, উজবেকিস্তান আৰু চুডানৰ সেনাই অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাত ৷

ষষ্ঠ সংখ্যক আৰ্মী স্কাউট মাষ্টাৰছ কম্পিটিশ্বন
author img

By

Published : Aug 6, 2019, 1:15 PM IST

নিউজ ডেস্ক, 6 আগষ্টঃ ভাৰতৰ ভূমিত আঠখনকৈ দেশৰ সেনাৰ কুচকাৱাজ ৷

এই কুচকাৱাজ হৈছে বিশ্বৰ বিভিন্ন সেনাবাহিনীৰ মাজত অনুষ্ঠিত হোৱা "International Army Scout Masters Competition" ৰ ষষ্ঠ সংস্কৰণ ৷ ভাৰতীয় সেনাৰ ৱেষ্টাৰ্ণ কামাণ্ডৰৰ উদ্যোগত আৰম্ভ হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে চীন, ৰাছিয়া, বেলাৰুছ, আৰ্মেনিয়া, কাজাখাস্তান, উজবেকিস্তান আৰু চুডানৰ সেনাই ৷ আগষ্টৰ 5 তাৰিখৰ পৰা 16 আগষ্টলৈ চলিব সেনাৰ এই প্ৰতিযোগিতা ৷ নেভিগেশ্বন স্কিলছ, ইনডুৰেন্স, মাৰ্কছমেনশ্বিপ আৰু টীম স্পিৰিটৰ ওপৰত বিভিন্ন শাখাত প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব ৷

Intro:Body:

ৰাজস্থানৰ মৰুভূমিত ভাৰতীয় সেনাৰ সৈতে আঠখন দেশৰ সেনাৰ যুদ্ধনীতি

ভাৰতীয় সেনাৰ সহযোগত সোমবাৰৰ পৰা আৰম্ভ হৈছে ষষ্ঠ সংখ্যক আৰ্মী স্কাউট মাষ্টাৰছ কম্পিটিশ্বন ৷ ৰাজস্থানৰ জয়চলমিৰত ভাৰতীয় সেনাৰ ৱেষ্টাৰ্ন কামাণ্ডে অনুষ্ঠিত কৰিছে এই প্ৰতিযোগিতাখনি ৷ 

নিউজ ডেস্ক, 6 আগষ্টঃ ভাৰতৰ ভূমিত ৰণক্ষেত্ৰত নামিব আঠখনকৈ দেশৰ সেনাই ৷ ভাৰতীয় সেনাৰ উদ্যোগত আৰম্ভ হৈছে সেনাৰ এই বৃহৎ কুচকাৱাজ ৷

এই কুচকাৱাজ হৈছে বিশ্বৰ বিভিন্ন সেনাবাহিনীৰ মাজত অনুষ্ঠিত হোৱা "International Army Scout Masters Competition" ৰ ষষ্ঠ সংস্কৰণ ৷ ভাৰতীয় সেনাৰ ৱেষ্টাৰ্ন কামাণ্ডৰ উদ্যোগত আৰম্ভ হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে চীন, ৰাছিয়া, বেলাৰুছ, আৰ্মেনিয়া, কাজাখাস্তান, উজবেকিস্তান আৰু চুডানৰ সেনাই ৷ আগষ্টৰ 5 তাৰিখৰ পৰা 16 আগষ্টলৈ চলিব সেনাৰ এই বৃহৎ প্ৰতিযোগিতা ৷ নেভিগেশ্বন স্কিলছ, ইনডুৰেন্স, মাৰ্কছমেনশ্বিপ আৰু টীম স্পিৰিটৰ ওপৰত বিভিন্ন শাখাত প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.