ETV Bharat / bharat

প্ৰতিষেধক বিৰোধী হেচটেগৰ বিৰুদ্ধে কঠোৰ ইনষ্টাগ্ৰাম - ইনষ্টাগ্ৰাম

পূৰ্বে ইনষ্টাগ্ৰামে ভুল তথ্য প্ৰচাৰ কৰা হেজটেগ #vaccinescauseautism  ব্লক কৰিছিল ৷ ইয়াৰ পাচতে ইনষ্টাগ্ৰামে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰতিষেধক বিৰোধী বিষয়ৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্ক নাথাকিলেও প্ৰতিষেধক বিৰোধী ভুল তথ্য বিয়পোৱা হেজটেগসমূহ ব্লক কৰিব ইনষ্টাগ্ৰামে ৷

Instagram
author img

By

Published : May 11, 2019, 10:38 AM IST

নতুন দিল্লী,11 মে' : ইনষ্টাগ্ৰামত মিছা তথ্য বিয়পোৱা প্ৰতিষেধক বিৰোধী হেচটেগৰ বিৰুদ্ধে কঠোৰ ছচিয়েল মিডিয়া চাইট ইনষ্টাগ্ৰাম ৷ প্ৰতিষেধক সন্দৰ্ভত নানা অপপ্ৰচাৰ কৰা হেচটেগসমূহ ব্লক কৰিব ইনষ্টাগ্ৰামে ৷

ইয়াৰ পূৰ্বে ইনষ্টাগ্ৰামে ভুল তথ্য প্ৰচাৰ কৰা হেজটেগ #vaccinescauseautism ব্লক কৰিছিল ৷ ইয়াৰ পাচতে ইনষ্টাগ্ৰামে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰতিষেধক বিৰোধী বিষয়ৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্ক নাথাকিলেও প্ৰতিষেধক বিৰোধী ভুল তথ্য বিয়পোৱা হেজটেগসমূহ ব্লক কৰিব ইনষ্টাগ্ৰামে ৷

New Delhi, May 11 (ANI): People searching for misinformation through anti-vaccine hashtags on Instagram will have hard luck as the Facebook-owned company is cracking down on posts which deliver false information. Instagram has confirmed to Engadget that it will block hashtags that surface false information regarding vaccinations. The company has previously blocked hashtags that are too obvious about misinformation, such as #vaccinescauseautism. It will now also ban hashtags that may seem unrelated but are used to spread wrong information about vaccinations, such as #vaccines1234.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.