ETV Bharat / bharat

দাৰ্জিলিং সীমান্তত উপস্থিত নেপালত আৱদ্ধ ভাৰতীয়

author img

By

Published : Jun 7, 2020, 11:07 AM IST

শনিবাৰে পশ্চিম বংগৰ দাৰ্জিলিঙৰ ভাৰত-নেপাল সীমান্তত উপস্থিত হয় নেপালত আৱদ্ধ হয় একাংশ ভাৰতীয় লোক । লক ডাউনৰ বাবেই নেপালত আৱদ্ধ হৈ আছিল ভাৰতীয়সকল ।

পশ্চিম বংগ
দাৰ্জিলিঙৰ ভাৰত-নেপাল সীমান্তত উপস্থিত নেপালত আৱদ্ধ ভাৰতীয়

নিউজ ডেস্ক, ৭ জুনঃ মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশজুৰি চলা লক ডাউনৰ পৰিপ্ৰেক্ষিততে নেপালত আৱদ্ধ হৈ আছিল একাংশ ভাৰতীয় । কিন্তু দেশত আনলক আৰম্ভ হোৱা পাচতে শনিবাৰে দাৰ্জিলিঙৰ ভাৰত-নেপাল সীমান্তত উপস্থিত হয় নেপালত আৱদ্ধ ভাৰতীয়সকল ।

আনহাতে, আৱদ্ধ লোক সকল সীমান্তত উপস্থিত হোৱা পাচতে থাৰ্মেল স্ক্ৰীনিং কৰাৰ লগতে ব্যক্তিসকলৰ স্বাস্থ্যৰ বুজ লৈ তথ্য সমূহ লিপিবদ্ধ কৰে স্বাস্থ্য কৰ্মীয়ে ।

উল্লেখ্য যে, পশ্চিম বংগত বৰ্তমান পৰ্যন্ত ৭,৩০৩ গৰাকী ব্যক্তিৰ দেহত কৰ'ণাৰ উপস্থিতি লাভ কৰিছে । ইয়াৰে আৰোগ্য হৈ উঠিছে ২,৯১২ গৰাকী লোক । এইপৰ্যন্ত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ ৩৬৬ গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰণালয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.