ETV Bharat / bharat

আৰৱ-বাৰেইনত কৰ্মৰত ভাৰতীয় সকলক পুনৰ উভতাই পঠাবলৈ সাজু ভাৰত

author img

By

Published : Dec 1, 2020, 3:17 PM IST

ভাৰত চৰকাৰে পুনৰ আৰৱ আৰু বাৰেইনত কৰ্মৰত ভাৰতীয় কৰ্মচাৰী সকলক ঘূৰাই পঠাবলে সাজু হৈছে ৷ 5 লাখ ভাৰতীয় কৰ্মচাৰী কভিড পৰিস্থিতত সৃষ্টি হোৱা অচলাৱস্থাৰ বাবে ভাৰতলে উভতি আহিছিল ৷

India working towards return of workers
আৰৱ আৰু বাৰেইনত কৰ্মৰত ভাৰতীয় সকলক পুনৰ উভতাই পঠাবলৈ সাজু ভাৰত

নিউজ ডেস্ক, 1 ডিচেম্বৰঃ ক'ৰণাৰ মহামৰীৰ মাজতে ভাৰত চৰকাৰে পুনৰ আৰৱ আৰু বাৰেইনত কৰ্মৰত ভাৰতীয় কৰ্মচাৰী সকলক ঘূৰাই পঠাবলে সাজু হৈছে ৷ এই কথা সদৰি কৰিছে ভাৰতীয় বৈদেশীক মন্ত্ৰণালয়ৰ এক সুত্ৰই ৷

উল্লেখ্য যে, 5 লাখ ভাৰতীয় কৰ্মচাৰীয়ে ক’ভিড পৰিস্থিতত সৃষ্টি হোৱা অচলাৱস্থাৰ বাবে ভাৰতলে উভতি আহিছিল ৷ কিয়নো আৰ্থিক দুৰৱস্থাৰ বাবে বহু উদ্যোগ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছিল ৷ যাৰ বাবে হাজাৰ হাজাৰ কৰ্মচাৰীয়ে চাকৰী হেৰুওৱাৰ লগতে বহু সংখ্যক কৰ্মচাৰীয়ে অনিদিষ্টকালীন ছুটি লাভ কৰিছিল ৷

ইতিমধ্যে এই বিষয়ত আৰৱ আৰু ভাৰতীয় বিদেশ মন্ত্ৰণালয়ৰ আলোচনা সমাপ্ত হৈছে ৷ সমান্তৰালভাৱে এই ক্ষেত্ৰত ধনাত্মক সহাৰি জনাইছে আৰৱে ৷

লগতে পঢ়কঃকা বাতিল,মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে তামুলপুৰত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.