ETV Bharat / bharat

গুজৰাটত দেশৰ প্ৰথমটো ডাইনছ'ৰ সংগ্ৰহালয় - ডাইন'চৰ সংগ্ৰহালয়

শনিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে গুজৰাটৰ মহিসাগৰ জিলাৰ ৰায়লি এলেকাত এই ডাইন'ছৰ সংগ্ৰহালয় আৰু পাৰ্ক' উদ্বোধন কৰে ৷

গুজৰাতত নিৰ্মাণ ভাৰতৰ প্ৰথমখন 'ডাইন'চৰ সংগ্ৰহালয়'
author img

By

Published : Jun 9, 2019, 9:59 AM IST

নিউজ ডেস্ক , 09 জুন : জুৰাচিক পাৰ্ক অনুৰাগীলৈ সুখবৰ ৷ পোন প্ৰথমবাৰৰ বাবে ভাৰতত নিৰ্মাণ কৰা হৈছে ডাইন'ছৰ সংগ্ৰহালয় তথা পাৰ্ক ৷ শনিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে গুজৰাটৰ মহিসাগৰ জিলাৰ ৰায়লি এলেকাত এই ডাইন'ছৰ সংগ্ৰহালয় আৰু পাৰ্ক' উদ্বোধন কৰে ৷

জানিব পৰা মতে এই ডাইন'ছৰ সংগ্ৰহালয়খন বিশ্বৰ প্ৰথম এনে ধৰণৰ সংগ্ৰহালয় আৰু বিশ্বৰ কৃতীয়খন এনে ধৰণৰ পাৰ্ক ৷ উল্লেখ্য যে ৰায়লি হৈছে বিশ্বৰ তৃতীয় বৃহৎ জীৱাশ্ম স্থান আৰু বিশ্বৰ দ্বিতীয় বৃহৎ উৎপত্তিৰ স্থল বুলি জনাজাত ৷ ৰায়লিস্থিত এই'ডাইন'ছৰ সংগ্ৰহালয় তথা পাৰ্কখনত আধুনিক প্ৰযুক্তি যেনে "3D Projection", 'Virtual reality presentations' , 'interactive kliosks' and 'life-size dinosaur replica' উপলব্ধ হ'ব ৷

India gets its first Dinosaur Museum

গুজৰাতত নিৰ্মাণ হ'ব ভাৰতৰ প্ৰথমখন 'ডাইন'চৰ সংগ্ৰহালয়'

গুজৰাতৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে গুজৰাতৰ মহিসাগৰ জিলাৰ ৰায়লি এলেকাত এই 'ডাইন'চৰ সংগ্ৰহালয় পাৰ্ক'ৰ উদ্বোধন কৰে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.