ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটো

author img

By

Published : Aug 14, 2020, 8:41 AM IST

বিশিষ্ট আইনজীৱি অধিবক্তা প্ৰশান্ত ভূষণে আদালতক অবমাননা কৰা গোচৰৰ আজি ৰায়দান কৰিব উচ্চতম ন্যায়ালয়ে ৷ ইয়াৰ উপৰিও UGCৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ লগতে আজি ৰাজস্থান বিধানসভাত আস্থাভোট গ্ৰহণ কৰিব কংগ্ৰেছে ৷ ক্ৰীড়া মন্ত্ৰণালয়ে আজি ‘ইউনিক ফিট ইণ্ডিয়া ফ্ৰিডম দৌৰ’ মুকলি কৰিব ৷ আজি ‘নিচামুক্ত ভাৰত’ অভিযানৰ উদ্বোধন কৰিব থাৱৰচান্দ গেহলোটে ৷

Important national events to look for today
ৰাষ্ট্ৰীয় প্ৰেক্ষাপতত আজিৰ দিনটো

1. আজি আইনজীৱি প্ৰশান্ত ভূষণৰ আদলতক অবমাননাৰ গোচৰৰ ৰায়দান কৰিব উচ্চতম ন্যায়ালয়ে

বিশিষ্ট আইনজীৱি অধিবক্তা প্ৰশান্ত ভূষণে আদালতক অবমাননা কৰা গোচৰৰ আজি ৰায়দান কৰিব উচ্চতম ন্যায়ালয়ে ৷ দুটি টুইটৰ জৰিয়তে দেশৰ আইন ব্যৱস্থৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল বিশিষ্ট আইনজীৱিগৰাকীয়ে ৷

Important national events to look for today
আইনজীৱি প্ৰশান্ত ভূষণৰ আদলতক অবমাননাৰ গোচৰৰ ৰায়দান কৰিব উচ্চতম ন্যায়ালয়ে

2. UGCৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

UGCৰ নিয়মাৱলী অনুসৰি চেপ্তেম্বৰৰ শেষত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷

UGCৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

3. আজি ৰাজস্থান বিধানসভাত আস্থাভোট গ্ৰহণ কৰিব কংগ্ৰেছে

ৰাজস্থান বিধানসভাৰ সংকটপূৰ্ণ সময়ত আজি সংসদত কংগ্ৰেছে নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ বাবে আস্থা ভোটৰ বাবে আবেদন কৰিব বুলি মন্তব্য কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটে ৷

আজি ৰাজস্থান বিধানসভাত আস্থাভোট গ্ৰহণ কৰিব কংগ্ৰেছে

4. ক্ৰীড়া মন্ত্ৰণালয়ে আজি ‘ইউনিক ফিট ইণ্ডিয়া ফ্ৰিডম দৌৰ’ মুকলি কৰিব

আজি কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে দেশজুৰি অনুষ্ঠিত হ’বলগীয়া ‘ফিট ইণ্ডিয়া ফ্ৰিডম দৌৰ’ মুকলি কৰিব ৷ ক্ৰীড়া মন্ত্ৰণালয়ে আয়োজন কৰা এই দৌৰ 15 আগষ্টৰ পৰা 2 অক্টোবৰলৈ সমগ্ৰ দেশজুৰি অনুষ্ঠিত কৰা হ’ব ৷

ক্ৰীড়া মন্ত্ৰী কিৰণ ৰিজিজুৱে ‘ইউনিক ফিট ইণ্ডিয়া ফ্ৰিডম দৌৰ’ মুকলি কৰিব

5. আজি ‘নিচামুক্ত ভাৰত’ অভিযানৰ উদ্বোধন কৰিব থাৱৰচান্দ গেহলোটে

‘নিচামুক্তি ভাৰত অভিযান’ৰ সৈতে জড়িত 272 খন জিলাৰ উপায়ুক্ত আৰু 32 খন ৰাজ্যৰ সচিবসকলকৰ উপৰিও কৰ্মৰত এন জি অ’ সকলক আজি সম্বোধন কৰিব সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী থাৱৰচান্দ গেহলোটে ৷

আজি ‘নিচামুক্ত ভাৰত’ অভিযানৰ উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী থাৱৰচান্দ গেহলোটে

লগতে পঢ়ক-বাংলাদেশৰ পৰৱৰ্তী ভাৰতীয় দূত হিচাপে নিযুক্ত বিক্ৰম কুমাৰ দোৰাইস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.