ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো

author img

By

Published : Aug 22, 2019, 8:24 AM IST

Updated : Aug 22, 2019, 11:08 AM IST

চাওঁ আহক আজিৰ দিনটো (22 আগষ্ট)ত বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

ইতিহাসত আজিৰ দিনটো
  • ১৯২৯ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড় জিলাৰ টিংখাংত প্ৰসিদ্ধ কবি,সাহিত্যিক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ বৰাৰ জন্ম হয় ।
  • ১৯২২ চনৰ আজিৰ দিনটোতে,গোলাঘাটত সাংবাদিক,গল্পকাৰ,প্ৰবন্ধকাৰ কীৰ্তিনাথ হাজৰিকাৰ জন্ম হৈছিল।
  • 1639 চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চেন্নাইক আৱিষ্কাৰ কৰিছিল ৷
  • 1658 চনৰ আজিৰ দিনটোতে জেকব বাৰ্চিমচনে আমেৰিকাত প্ৰৱেশ কৰিছিল ৷ উল্লেখ্য যে,আমেৰিকাত প্ৰৱেশ কৰা প্ৰথমজন জিউইষ্ট আছিল জেকব ৷
  • 1849 চনৰ আজিৰ দিনটোতে ইতিহাসত প্ৰথমবাৰৰ বাবে সংঘটিত হৈছিল বিমান আক্ৰমণৰ ঘটনা ৷ আষ্ট্ৰেলিয়াই পাইলট বিহীন বেলুনেৰে ভেনিছৰ চহৰত আক্ৰমণ সংঘটিত কৰিছিল ৷
  • জেনেভা সন্মিলনৰ প্ৰথমখন চুক্তি স্বাক্ষৰিত হৈছিল 1849 চনৰ আজিৰ দিনটোতে ৷ এই চুক্তিৰ উদ্দেশ্য আছিল যিকোনো যুদ্ধ-বিগ্ৰহত ভুক্তভোগীসকলৰ নিৰাপত্তা স্থাপন কৰা ৷ ইয়াৰোপৰিও, 12 খন ৰাষ্ট্ৰই প্ৰথমখন জেনেভা চুক্তিত স্বাক্ষৰিত কৰিছিল ৷
  • 1894 চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে নটাল ইণ্ডিয়ান কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰিছিল ৷ নটাল ইণ্ডিয়ান কংগ্ৰেছ, নটালত ভাৰতীয় বণিকসকলক কৰা বৈষম্যতাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিষ্ঠা কৰা হৈছিল ৷
  • 1902 চনৰ আজিৰ দিনটোতে অট’ম’বাইলত সকলোৰে সন্মুখত অহা প্ৰথমগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছিল থেডৰ ৰোজভেল্ট জুনিয়ৰ ৷ তেওঁ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষষ্ঠবিংশ গৰাকী ৰাষ্ট্ৰপতি ৷

Intro:Body:

HISTORY OF THE DAY

Conclusion:
Last Updated : Aug 22, 2019, 11:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.