ETV Bharat / bharat

64 দিনৰ অন্তত কৰ'ণামুক্ত হোৱা গাঁৱখন ! - বেলগাম হিৰিৱাগিৱাদি গাওঁ

৩ এপ্ৰিলৰ পৰা গাওঁখনক ছীল কৰি ৰখা হৈছিল ৬ জুনলৈকে ।

hirebagewadi-village-corona-free-after-64-days-villagers-celebrate
ক'ৰণা মুক্ত হৈ আনন্দিত গাওঁবাসী হিৰিবাগিৱাদিত
author img

By

Published : Jun 7, 2020, 9:33 PM IST

নিউজ ডেস্ক ,৭ জুনঃ বেলগামাত হিৰিবাগিৱাদি গাওঁখন ক'ৰণাত আক্ৰান্ত হৈ আছিল । সম্প্ৰতি গাওঁখন ক'ৰণা মুক্ত হৈ পৰাত আনন্দিত হৈ পৰিছে গাওঁবাসী । প্ৰথম জন কোভিড পজিটিভ ধৰা পৰাত বিগত 3 এপ্ৰিলৰ পৰাই গাওঁখন ছীল কৰি ৰখা হৈছিল ৷ 6 জুনলৈকে 48 গৰাকী লোকলৈ এই ভাইৰাছ সংক্ৰমিত হৈছিল গাঁৱখনত । সম্প্ৰতি ২৮ দিনলৈকে এজনো লোক আক্ৰান্ত নোহোৱাত গাওঁখনত স্বাভাবিক জীৱন যাত্র‍া পুনৰ ঘুৰি আহিছে । লাহে লাহে লকডাউন শিথিল কৰি দিয়া হৈছে, দোকান সমূহ চেনিটাইজ কৰা হৈছে তথা গাওঁবাসীয়ে সামাজিক দুৰত্ব বজাই ৰাখি নীতি নিয়ম পালন কৰি গৈছে সকলো ক্ষেত্ৰতে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.