ETV Bharat / bharat

আধৰুৱা হৈ ৰ’ৱ নেকি বিজেপিৰ সপোন ? - Here's why BJP can't have RS majority in 2020

মাত্ৰ দুটা বছৰত পাঁচখন ৰাজ্যত পৰাজয়বৰণে আউল লগাইছে বিজেপিৰ অংকত ৷ 2020 চনত ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা লাভৰ ক্ষীণ আশা বিজেপি দলৰ ৷ ৰাজ্যসমূহত হ্ৰাস পাই আহিছে বিজেপি দলৰ আসনৰ সংখ্যা ৷

Here's why BJP can't have RS majority in 2020
আধৰুৱা হৈ ৰ’ৱ ৰাজ্যসভাত বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ সপোন
author img

By

Published : Jan 5, 2020, 11:43 PM IST

নেশ্বনেল ডেস্ক , 5 জানুৱাৰীঃ ক্ৰমাগতভাৱে দুবাৰকৈ কেন্দ্ৰৰ ক্ষমতা দখল আৰু দেশৰ প্ৰায়সমূহ ৰাজ্য় নিজৰ দখললৈ অনাৰ পাছত কেন্দ্ৰত শাসনাধিষ্ঠ দল বিজেপিৰ বাবে ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠতা আছিল একমাত্ৰ আৰু অন্তিম সপোন ৷ কিন্ত 2019 বৰ্ষত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ দৰে দুখন গুৰুত্বপূৰ্ণ ৰাজ্যত কৰা পৰাজয়বৰণে বিজেপি দলৰ সেই সপোন বাস্তৱত পৰিণত হোৱাত হেঙাৰ হৈ থিয় দিছে ৷ চলিত বৰ্ষত ৰাজ্যসভাৰ 73 টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ 4 টা পদ বৰ্তমানেও খালী হৈ থকাৰ বিপৰীতে চলিত বৰ্ষত 69 জন সাংসদৰ কাৰ্যকাল শেষ হ’ব ৷ চলিত বৰ্ষত বিজেপি দলৰ 18 জন সাংসদৰ বিপৰীতে 17 জন কংগ্ৰেছ দলৰ সাংসদৰ কাৰ্যকাল শেষ হ’ব ৷

আনহাতে চলিত বৰ্ষত উত্তৰ প্ৰদেশৰ 10 জন সাংসদৰ কাৰ্যকাল শেষ হ’ব ৷ সেই কেইটা পদৰ বাবে বিজেপি দলৰ বিশেষ চিন্তাৰ কাৰণ নাই যিহেতু উত্তৰ প্ৰদেশত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে সৈতে বিজেপি দলেই শাসন চলাই আছে ৷ বৰ্তমান ৰাজ্যসভাৰ সৰ্বমুঠ 245 জন সাংসদৰ ভিতৰত 83 জন বিজেপিৰ সাংসদ থকাৰ বিপৰীতে কংগ্ৰেছৰ সাংসদ আছে 46 গৰাকী ৷

উচ্চ সদনতো সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ ক্ষেত্ৰত বিজেপি নিচেই কাষলৈ গৈছিল যদিও সদ্য অনুষ্ঠিত দুখন ৰাজ্যৰ নিৰ্বাচনে দলটোৰ সেই সপোন সাকাৰ হোৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান জনাইছে ৷ 2018 চনত ছত্তীশগড়, ৰাজস্থান আৰু মধ্য প্ৰদেশৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত 2019 চনৰ দুখন ৰাজ্যৰ সৈতে বিজেপিয়ে 2 টা বছৰত সৰ্বমুঠ 5 খন ৰাজ্য হেৰুৱালে ৷ 2019 চনৰ লোকসভা নিৰ্বাচনত বিজেপি দল যদিও 303 খন আসনেৰে সৈতে পুনৰ ক্ষমতালৈ আহিল কিন্তু ৰাজ্যসমূহৰ বিধানসভাৰ সদস্যৰ সংখ্যাই ৰাজ্যসভালৈ প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে ৷ যাৰ বাবে 5 খনকৈ গুৰুত্বপূৰ্ণ ৰাজ্যত সংখ্যালঘিষ্ঠ হোৱাৰ পাছত ৰাজ্যসভাৰ প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত বিজেপি দলৰ ক্ষেত্ৰত ই নিশ্চিতভাৱে প্ৰত্যাহ্বান হৈ থিয় দিব ৷

হাৰিয়ানাৰ বিধান সভাৰ ক্ষেত্ৰতো অত্যাধিক আত্মবিশ্বাসী হৈ থকা বিজেপি দলৰ পূৰ্বতকৈ আসন হ্ৰাস পালে ৷ পূৰ্বতে 47 জন বিধায়ক থকা বিজেপি দলৰ শেহতীয়া নিৰ্বাচনত বিধায়কৰ সংখ্যা 40 জনৰ তললৈ হ্ৰাস পালে ৷ মহাৰাষ্ট্ৰৰ ক্ষেত্ৰতো যদি দেখা যায়, 122 জন বিধায়ক থকা বিজেপি দলে 2019 বৰ্ষৰ বিধানসভাৰ নিৰ্বাচনত লাভ কৰিলে 105 খন আসন ৷ "মোদী যাদু"ৰে প্ৰায় দেশখনকেই গেৰুৱা কৰিবলৈ সক্ষম হোৱা বিজেপি দলৰ বাবে এতিয়া ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠটা হৈ পৰিছে এক নিমিলা অংক ৷

লগতে পঢ়কঃ জেএনইউ ছাত্ৰ একতা সভা আৰু এবিভিপি সদস্যৰ মাজত প্ৰচণ্ড মাৰপিট

Intro:Body:

New Delhi, Jan 5 (IANS) Getting the majority in the Rajya Sabha has been like the elusive holy grail for the ruling Bharatiya Janata Party (BJP). Haryana and Maharashtra -- two big states that went to the polls last year -- had given the BJP hopes to move steadily in that direction. As 73 upper House seats go to polls this year, the BJP's dream for a majority will continue to remain a dream, at least for now.

Out of the 73 seats that will go for election, 69 will fall vacant this year. Out of the Rajya Sabha MPs whose tenure will come to an end, necessitating the poll, 18 belong to the ruling party, while 17 are from the Congress. Four seats have been lying vacant anyway.

This year alone, 10 seats from Uttar Pradesh will get vacated. Though BJP won't get harmed there as the state government is being run by the saffron party, the party that will be directly hit is the Samajwadi Party which was unseated by Yogi Adityanath government.

In the 245 member upper House, the BJP has 83 members and the Congress has 46. But, the BJP is slated to hover around where it already is and not inch closer to its dream of getting the majority.

The primary reason for it is the five-state loss in a year alone for the BJP. The BJP lost Chhattisgarh, Rajasthan and Madhya Pradesh in December 2018. 2019, nationally brought good news for the BJP, which swept back to power with an even bigger mandate of 303 seats in the Lok Sabha. But, it is the member count of state Assemblies that affect the number any party has in the Rajya Sabha.

Moreover, 2019 ended in a bleak note for the BJP. Though the BJP grappled to ensure it forms a government in Haryana, its number of MLAs fell. While in the outgoing Assembly, the BJP had 47 MLAs, it came back reduced to 40.

Maharashtra has been an equally sombre story for the BJP where the non-negotiable stand on sharing of the chief minister's post between the two pre poll allies -- BJP and Shiv Sena led to the Sena walking out of the NDA and forming the government with Congress and NCP. In 2014, the BJP accumulated 122 seats in the Maharashtra Assembly, but got 17 seats less in 2019. Whereas, the tally for the Congress rose in both Haryana and Maharashtra by 16 and 13, respectively.

As many BJP biggies like Union Minister Hardeep Puri and senior Delhi BJP leader Vijay Goel are on their way out this year, the majority in the upper House remains the elusive for the 'World's largest party'.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.