ETV Bharat / bharat

প্ৰৱজক শ্ৰমিক সকলে এতিয়াও খোজকাঢ়ি যোৱাতো চিন্তাৰ বিষয় : কেন্দ্ৰ

কেন্দ্ৰীয় সচিব ৰাজীৱ গাউবাৰ লগত দেওবাৰে হোৱা এক আলোচনাৰ পাচত অজয় ভাল্লাই কয় যে, পথ আৰু আৰু ৰেল আলিৰ ওপৰৰে শ্ৰমিক সকলে খোজকাঢ়ি এতিয়াও গৈ থাকিব লগীয়া হোৱো কথটো চিন্তাজনক ।

author img

By

Published : May 11, 2020, 5:42 PM IST

চৰকাৰ
চৰকাৰ

নিউজ ডেস্ক, 11 মে': শ্ৰমিক সকলক ঘৰলৈ পথিয়াবলৈ চৰকাৰে ব্যৱস্থা কৰিছে ৰে'ল আৰু বাছৰ । কিন্তু ইমানৰ পাচতো বিভিন্ন কাৰণত একাংশ শ্ৰমিক ৰাজ পথ অথবা ৰেল পথৰ ওপৰেৰেই খোজকাঢ়ি নিজৰ ঘৰলৈ বুলি আগবাঢ়িছে । এই প্ৰসংগত চিন্তিত হৈ পৰিছে কেন্দ্ৰ ।

কেন্দ্ৰীয় গৃহ সচিবে সকলো ৰাজ্যৰে মুখ্য সচিব সকললৈ একোখন পত্ৰ প্ৰেৰণ কৰে আৰু শ্ৰমিক সকলৰ বাবে চলাচল কৰা শ্ৰমিক এক্সপ্ৰেছৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ।

কেন্দ্ৰীয় সচিব ৰাজীৱ গাউবাৰ লগত দেওবাৰে হোৱা এক আলোচনাৰ পাচত অজয় ভাল্লাই কয় যে, পথ আৰু আৰু ৰেল আলিৰ ওপৰৰে শ্ৰমিক সকলে খোজকাঢ়ি এতিয়াও গৈ থাকিব লগীয়া হোৱো কথাটো চিন্তাজনক ।

আনহাতে এনে কোনো শ্ৰমিকক প্ৰশাসনে প্ৰত্যক্ষ কৰিলে তেওঁলোকক সহায়ৰ বাবে আগবাঢ়ি গৈ কথা পাতিবলৈ আৰু কাষৰীয়া শিবিৰলৈ নি তাত খোৱা লোৱাৰ সুবিধা কৰি দিয়াৰ লগতে ঘৰলৈ পথিওৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.