ETV Bharat / bharat

হাতীগাঁৱতো আৰক্ষীৰ গুলীত নিহত দুজন

author img

By

Published : Dec 12, 2019, 7:22 PM IST

Updated : Dec 13, 2019, 7:49 AM IST

GUWAHATI 3rd DEATH
হাতীগাঁৱতো আৰক্ষীৰ গুলীত নিহত দুজন

19:11 December 12

এইপৰ্যন্ত আৰক্ষীৰ গুলীত নিহত তিনিজন

  • মহানগৰীৰ হাতীগাঁও শংকৰ পথত আৰক্ষীৰ গুলীত নিহত এজন লোকহাতীগাঁও হাইস্কুলৰ সমীপতো আৰক্ষীৰ গুলীত নিহত এজন
  • ঘটনাত আহত আন দুজন যুৱক
  • ইয়াৰ পূৰ্বে লাচিত নগৰত হোৱা গুলীচালনাত নিহত হৈছিল এজন যুৱক
  • ক্ৰমাৎ বেয়াৰ ফালে ঢাল খাইছে গুৱাহাটীৰ পৰিস্থিতি
  • এই পৰ্যন্ত দুজনে মৃত্যুক আঁকোৱালি ল'লে কেব বিৰোধী আন্দোলনত

Intro:Body:

কেব বিৰোধী আন্দোলনত নিহত আন এজন লোক 

মহানগৰীৰ হাতীগাঁও শংকৰ পথত আৰক্ষীৰ গুলীত নিহত আন এজন লোক 

ঘটনাত  আহত আন দুজন যুৱক 

ইয়াৰ পূৰ্বে লাচিত নগৰত হোৱা গুলীচালনাত নিহত হৈছিল এজন যুৱক

ক্ৰমাৎ বেয়াৰ ফালে ঢাল খাইছে গুৱাহাটীৰ পৰিস্থিতি

এই পৰ্যন্ত দুজনে মৃত্যুক আঁকোৱালি ল'লে কেব বিৰোধী আন্দোলনত

Conclusion:
Last Updated : Dec 13, 2019, 7:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.