ETV Bharat / bharat

গণেশ চতুৰ্থী : মছলাৰ দ্বাৰা নিৰ্মিত গণপতিৰ মূৰ্তিৰ চাহিদা বৃদ্ধি - পৰিৱেশ উপযোগী গণেশ মূৰ্তি

মছলাৰ দ্বাৰা নিৰ্মিত গণপতিৰ মূৰ্তিৰ বৃদ্ধি পাইছে চাহিদা ৷ ৰাজস্থানৰ জয়পুৰৰ শিৱচৰন যাদৱে নিৰ্মাণ কৰি উলিয়াইছে এই বিশেষ মূৰ্তি ৷

মছলাৰ দ্বাৰা নিৰ্মিত গণপতিৰ মূৰ্তিৰ চাহিদা বৃদ্ধি
গণেশ চতুৰ্থী
author img

By

Published : Aug 22, 2020, 8:27 AM IST

নেশ্যনেল ডেস্ক, 22 আগষ্ট : ক'ভিড মহামাৰীৰ ফলত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে চাহিদা বৃদ্ধি পাইছে পৰিৱেশ উপযোগী গণেশ মূৰ্তিৰ ৷ সেয়েহে মূৰ্তিকাৰসকলে বিচাৰি উলিয়াইছে এক নতুন পন্থা ৷ বিভিন্ন শস্য, মছলা আৰু গোবৰৰ দ্বাৰা সাজি উলিওৱা হৈছে মূৰ্তিসমূহ ৷ এনে এজন শিল্পী হ'ল ৰাজস্থানৰ জয়পুৰৰ শিৱচৰন যাদৱ ৷

মছলাৰ দ্বাৰা নিৰ্মিত গণপতিৰ মূৰ্তিৰ চাহিদা বৃদ্ধি

যাদৱে দালচেনী, জালুক, লং, হালধি আদিৰে সাজি উলিয়াইছে গণেশৰ বিশেষ মূৰ্তি ৷ এনে মূৰ্তি নিৰ্মাণৰ জৰিয়তে যাদৱে সাধাৰণ ৰাইজলৈ মহামাৰীৰ সময়ছোৱাত সুস্বাস্থ্যৰ বাৰ্তা প্ৰেৰণ কৰিছে ৷

মছলাৰ দ্বাৰা নিৰ্মিত গণপতিৰ মূৰ্তিৰ চাহিদা বৃদ্ধি
গণেশ চতুৰ্থী

লগতে পঢ়ক : নাহৰফুটুকীৰ আক্ৰমণত নিহত শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.