ETV Bharat / bharat

মধ্যপ্ৰদেশত ৰঙৰ দোকানত জীৱন্তে অগ্নিদগ্ধ হৈ চাৰিজন নিহত

author img

By

Published : May 18, 2020, 2:53 PM IST

আন চাৰিজন লোক আহত হয় উক্ত ঘটনাত । আহত হোৱা লোকসকলক JHA হাস্পতালত ভৰ্তি কৰোৱা হয় । জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ।

মধ্যপ্ৰদেশত ৰঙৰ দোকানত অগ্নিকাণ্ড, চাৰিজন নিহত

নিউজ ডেস্ক, 18 মে': অতি কমেও চাৰিজন লোক জীৱন্ত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতিব লগীয়া হয় মধ্য প্ৰদেশৰ গোৱালিয়ৰত ।

চহৰ খনৰ তিনি মহলীয়া ৰঙৰ দোকান এখন সংঘটিত বৃহৎ অগ্নিকাণ্ডৰ ফলত এই ঘটনা সংঘটিত হয় ।

ৰঙৰ দোকানত জীৱন্তে অগ্নিদগ্ধ হৈ চাৰিজন নিহত

উক্ত ঘটনাটোত আহত হয় আন 3 জনকৈ লোক । সমগ্ৰ বিল্ডিঙটো জুইয়ে মুহূৰ্ততে আৱৰি ধৰে । ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু আবদ্ধ হৈ থকা লোকক উদ্ধাৰ কৰে ।

আহত হোৱা লোকসকলক JHA আৰু হাস্পতালত ভৰ্তি কৰোৱা হয় । অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.