ETV Bharat / bharat

20বছৰৰ ইতিহাসত সৰ্বাধিক প্ৰশ্নোত্তৰ সপ্তদশ লোকসভা অধিবেশনত - লোকসভা অধিবেশন

20বছৰৰ ইতিহাসত সৰ্বাধিক প্ৰশ্ন সোধা হৈছিল সপ্তদশ লোকসভা অধিবেশনত ৷ ইয়াৰ ওপৰিও সৰ্বাধিক প্ৰশ্নৰ মৌখিক উত্তৰ দিয়া হৈছিল সপ্তদশ লোকসভা অধিবেশনত ৷ চলিত বৰ্ষত লোকসভা অধিবেশন 37 দিনৰ বাবে আৰু ৰাজ্যসভা অধিবেশন 35 দিনৰ বাবে অনুষ্ঠিত হৈছিল ৷

20বছৰৰ ইতিহাসত সৰ্বাধিক প্ৰশ্নৰ উত্তৰ দিয়া হৈছিল সপ্তদশ লোকসভা অধিবেশনত
author img

By

Published : Aug 7, 2019, 8:01 PM IST

নিউজ ডেস্ক 7 আগষ্টঃ 20বছৰৰ ইতিহাসত সৰ্বাধিক প্ৰশ্নৰ সোধা হৈছিল সপ্তদশ লোকসভা অধিবেশনত ৷ ইয়াৰ ওপৰিও সৰ্বাধিক প্ৰশ্নৰ মৌখিক উত্তৰ দিয়া হৈছিল সপ্তদশ লোকসভা অধিবেশনত ৷ চলিত বৰ্ষত লোকসভা অধিবেশন 37 দিনৰ বাবে আৰু ৰাজ্যসভা অধিবেশন 35 দিনৰ বাবে হৈছিল ৷ মঙলবাৰে লোকসভা আৰু বুধবাৰে ৰাজ্যসভা অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হয় ৷ সংসদৰ কাৰ্যাৱলী পৰ্যবেক্ষণ কৰা পি আৰ এছে প্ৰকাশ কৰা তথ্য অনুসৰি সংসদৰ অধিবেশনত এইবাৰ লোকসভাত 281 ঘন্টা অৰ্থাৎ 135 শতাংশ কাম হয় ৷ ইয়াৰ পৰিৱৰ্তে ৰাজ্যসভাত 195 ঘন্টা অৰ্থাৎ 100 শতাংশ কাম হয় ৷

ইয়াৰ লগতে বিগত 20 বছৰৰ তুলনাত এইবাৰ সৰ্বাধিক 36 শতাংশ প্ৰশ্নৰ মৌখিক উত্তৰ লোকসভাত দিয়া হয় আৰু ৰাজ্যসভাত দ্বিতীয় সৰ্বাধিক 40 শতাংশ প্ৰশ্নৰ মৌখিক উত্তৰ দিয়ে ৷ ইয়াৰ উপৰিও 10 বছৰৰ ভিতৰত সৰ্বাধিক 38 খন বিধেয়ক সংসদৰ বাজেট অধিবেশনত উৎত্থাপন কৰা হয় আৰু ইয়াৰে 28 খন বিধেয়ক গৃহীত হয় ৷

FIRST LOK SABHA SESSION: HIGHEST NUMBER OF ORAL QUESTIONS ANSWERED IN 20 YEARS

20বছৰৰ ইতিহাসত সৰ্বাধিক প্ৰশ্নৰ উত্তৰ দিয়া হৈছিল সপ্তদশ লোকসভা অধিবেশনত

নিউজ ডেস্ক 7 জুলাইঃ পি আৰ এচ লেজিচলেটিভ ৰিচাৰ্চৰ তথ্য অনুসৰি 20বছৰৰ ইতিহাসত সৰ্বাধিক প্ৰশ্নৰ সোধা হৈছিল সপ্তদশ লোকসভা অধিবেশনত ৷ ইয়াৰ ওপৰিও সৰ্বাঘিক প্ৰশ্নৰ মৌখিক উত্তৰ দিয়া হৈছিল সপ্তদশ লোকসভা অধিবেশনত ৷ চলিত বৰ্ষত লোকসভা অধিবেশন 37 দিনৰ বাবে আৰু ৰাজ্যসভা অধিবেশন 35 দিনৰ বাবে হৈছিল ৷ মঙলবাৰে লোকসভা আৰু বুধবাৰে ৰাজ্যসভা অনিৰ্দিষ্ট কাললৈ স্থগিত কৰা হয় ৷ পি আৰ এচ লেজিচলেটিভ ৰিচাৰ্চ যিয়ে সংসদৰ কাৰ্যাৱলি চোৱা চিতা কৰে, এই তথ্য প্ৰকাশ কৰে যে সংসদৰ অধিবেশনত এইবাৰ লোকসভাত 281 ঘন্টা অৰ্থাৎ 135 শতাংশ কাম হয় যি বিগত 20 বছৰত সৰ্বাধিক ৷ ইয়াৰ পৰিবৰ্তে ৰাজ্যসভাত 195 ঘন্টা অৰ্থাৎ 100 শতাংশ কাম হয় ৷
ইয়াৰ লগতে লোকসভাত 36 শতাংশ প্ৰশ্নৰ মৌখিক উত্তৰ দিয়া হয় যি বিগত 20 বছৰত সৰ্বাধিক আছিলে আৰু ৰাজ্যসভাত 40 শতাংশ প্ৰশ্নৰ কোনো মন্ত্ৰীয়ে মৌখিক উত্তৰ দিয়ে যি দ্বিতীয় সৰ্বাধিক আছিল ৷
ইয়াৰ ওপৰিও সংসদত বাজেট অধিবেশনত 38 খন বিধেয়ক উৎত্থাপন কৰা হয় আৰু 28 খন বিধেয়ক গৃহীত হয় যি 10 বছৰৰ ঙিতৰত সৰ্বাধিক আছিলে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.