ETV Bharat / bharat

আহি পালে AH-64 Apache!!

8 খন AH-64 Apache হেলিকপ্টাৰ পাথানকোট এয়াৰ পৰ্ট ষ্টেচনত উপস্থিত হ’ব ৷

আহি পালে AH-64 Apache!!
author img

By

Published : Jul 27, 2019, 7:35 PM IST

Updated : Jul 27, 2019, 8:10 PM IST

নিউজ ডেস্ক, 27 জুলাই: সোমবাৰে বয়িং য়ে ভাৰতীয় বায়ু সেনাৰ বাবে ভাৰতৰ প্ৰথম 4 খন AH-64 Apache হেলিকপ্টাৰ হিন্দন এয়াৰ পৰ্ট ষ্টেচনত আহি উপস্থিত হোৱা বুলি ঘোষণা কৰে ৷ অহা সপ্তাহত আৰু 4 খন AH-64 Apache আহি পাব বুলি জানিবলৈ দিয়ে সংস্থাটোৱে ৷

  • AH-64E Apache Guardian Attack Helicopters will be sent to Indian Air Force (IAF) Pathankot airbase from IAF Hindon Airbase for official induction into the IAF and replace the Mi-35 choppers stationed there. https://t.co/guXglAjVNS

    — ANI (@ANI) July 27, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
  • First batch of Boeing AH-64E Apache Guardian Attack Helicopters to arrive at Hindon Airbase in Ghaziabad (Uttar Pradesh), today. They will arrive on-board an Antonov AN 224 Transport Aircraft. pic.twitter.com/Jmne9JBB79

ইয়াৰ পিছত আন 8 খন AH-64 Apache পাথানকোট এয়াৰ পৰ্ট ষ্টেচনত উপস্থিত হ’ব ৷ AH-64 Apache হৈছে বিশ্বৰ আতাইতকৈ অত্যাধুনিক 'multi-role combat' হেলিকপ্টাৰ ৷

Intro:বানে তচনচ কৰা লাহৰীঘাট আঞ্জলত তিৰ্পাল বিতাৰনৰ নামত দূৰ্নীতি চাৰি এটা তিৰ্পালক চাৰিটুকুৰা কৰি ভগাই নিলে বানাক্রান্তইBody:

মৰিগাঁও জিলাৰ লাহৰীঘাট তিৰপাল বিতৰণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে।যি সময়ত মৰিগাঁও জিলাত বান সাহাৰ্য্যৰ নামত জিলা প্ৰশাসনে ১১ কোটি টকা খৰচ কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল সেই সময়ত এটা তিৰপালক চাৰি টুকুৰা কৰি বিতৰণ কৰাৰ গুৰুতৰ অভিযোগ বানাক্ৰন্ত ৰাইজে।লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত চেতুৱাইখাইতি গাৱত সংঘটিত হৈছে এনে ব্যাপক দূনীতি ।যি সময়ত বানাক্ৰান্ত লোকসকলে অন্ন , বস্ৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰিব লগা হৈছে তেনে সময়তে চৰকাখনে এই সবস্বান্ত লোকসকলক আশ্ৰয় লৱ পৰা অৱস্হাৰ পৰা বঞ্চিত কৰিছে
Conclusion:
Last Updated : Jul 27, 2019, 8:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.