ETV Bharat / bharat

দিল্লীস্থিত এইমছত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Aug 17, 2019, 8:14 PM IST

নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ প্ৰতিষ্ঠানখনৰ প্ৰথম আৰু দ্বিতীয় মহলাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ বৰ্তমানে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে অগ্নিনিৰ্বাপক বাহিনীয়ে ৷

দিল্লীস্থিত এইমছত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, 17 আগষ্টঃ নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান চমুকৈ এইমছত শনিবাৰে আবেলিৰ ভাগত সংঘটিত হয় অগ্নিকাণ্ড ৷ দেশৰ অন্যতম চিকিৎসা সেৱা প্ৰতিষ্ঠানখনৰ দুটাকৈ মহলাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷

দিল্লীস্থিত এইমছত ভয়ংকৰ অগ্নিকাণ্ড
  • The fire in AIIMS building will be brought under control at the earliest.
    Fire Service trying it's best to extinguish the fire.

    I appeal to everyone to maintain calm and allow the Fire Services personnel to do their work.

    — Arvind Kejriwal (@ArvindKejriwal) August 17, 2019 " class="align-text-top noRightClick twitterSection" data="

The fire in AIIMS building will be brought under control at the earliest.
Fire Service trying it's best to extinguish the fire.

I appeal to everyone to maintain calm and allow the Fire Services personnel to do their work.

— Arvind Kejriwal (@ArvindKejriwal) August 17, 2019 ">

এইমছৰ প্ৰথম আৰু দ্বিতীয় মহলাত সংঘটিত হয় অগ্নিকাণ্ড ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান সময়লৈকে হতাহতৰ সংখ্যা জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বট চাৰ্কিটৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুন জেটলী উক্ত চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে ৷

নিউজ ডেস্ক, 17 আগষ্টঃ নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান চমুকৈ এইমছত শনিবাৰে আবেলিৰ ভাগত সংঘটিত হয় অগ্নিকাণ্ড ৷ দেশৰ অন্যতম চিকিৎসা সেৱা প্ৰতিষ্ঠানখনৰ দুটাকৈ মহলাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷

দিল্লীস্থিত এইমছত ভয়ংকৰ অগ্নিকাণ্ড
  • The fire in AIIMS building will be brought under control at the earliest.
    Fire Service trying it's best to extinguish the fire.

    I appeal to everyone to maintain calm and allow the Fire Services personnel to do their work.

    — Arvind Kejriwal (@ArvindKejriwal) August 17, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

এইমছৰ প্ৰথম আৰু দ্বিতীয় মহলাত সংঘটিত হয় অগ্নিকাণ্ড ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান সময়লৈকে হতাহতৰ সংখ্যা জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বট চাৰ্কিটৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুন জেটলী উক্ত চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে ৷

Intro:Body:

দিল্লীস্থিত এইমছত ভয়ংকৰ অগ্নিকাণ্ড 



নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ প্ৰতিষ্ঠানখনৰ প্ৰথম আৰু দ্বিতীয় মহলাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ বৰ্তমানে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে অগ্নিনিৰ্বাপক বাহিনীয়ে ৷ 



নিউজ ডেস্ক, 17 আগষ্টঃ নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান চমুকৈ এইমছত শনিবাৰে আবেলিৰ ভাগত সংঘটিত হয় অগ্নিকাণ্ড ৷ দেশৰ অন্যতম চিকিৎসা সেৱা প্ৰতিষ্ঠানখনৰ দুটাকৈ মহলাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ 



এইমছৰ প্ৰথম আৰু দ্বিতীয় মহলাত সংঘটিত হয় অগ্নিকাণ্ড ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান সময়লৈকে হতাহতৰ সংখ্যা জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বট চাৰ্কিটৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুন জেটলী উক্ত চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে ৷ 


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.