ETV Bharat / bharat

ইউৰোপৰ ৰাজ পথত অচিৰেই দেখা পাব ডাট্চ ফ্লায়িং কাৰ

author img

By

Published : Oct 28, 2020, 10:47 PM IST

লিবাৰ্টী ফ্লায়িং কাৰে ইউৰোপত পথ সমূহ ব্যৱহাৰৰ বাবে অনুমতি লাভ কৰিছে ৷ চি ই অ’ আৰু উদ্ভাৱক ৰবাৰ্ট ডিঙিমেনচে কয় যে, এই বাহনৰ বাবে সকলো পথ ব্যৱহাৰৰ অনুমতি গ্ৰহণ কৰাটো এটা দীঘলীয়া আৰু প্ৰত্যাহ্বান পূৰ্ণ যাত্ৰা আছিল ৷

Dutch flying car granted road legal status in Europe

ইন্টাৰ নেশ্যনেল ডেস্ক, 28 অক্টোবৰ : 2012-ত পৰীক্ষা মূলক উৰণ আৰু চলন সম্পন্ন কৰাৰ পাচত, ডাট্চ ফাৰ্ম পল-ভি য়ে বৰ্তমান কৈছে যে, লিবাৰ্টী ফ্লায়িং কাৰে ইউৰোপত পথ সমূহ ব্যৱহাৰৰ বাবে অনুমতি লাভ কৰিছে ৷ চি ই অ’ আৰু উদ্ভাৱক ৰবাৰ্ট ডিঙিমেনচে কয় যে, এই বাহনৰ বাবে সকলো পথ ব্যৱহাৰৰ অনুমতি গ্ৰহণ কৰাটো এটা দীঘলীয়া আৰু প্ৰত্যাহ্বান পূৰ্ণ যাত্ৰা আছিল ৷ ব্ৰেক আৰু শব্দ প্ৰদূষণৰো প্ৰমাণ পত্ৰ ইয়াক প্ৰদান কৰা হৈছে ৷ পথ আৰু বায়ুমণ্ডল সংক্ৰান্তীয় নিয়ম তেওঁলোকে একেলগে প্ৰদান কৰাতো অসুবিধাজনক ৷

লিবাৰ্টীয়ে প্ৰতি ঘন্টাত 160 কিঃমিঃ গতি কৰিব পাৰে আৰু 180 কিঃমিঃ উৰিব পাৰে ৷ এটা ইন্ধন টেংকৰ সহায়ত এই বাহনে প্ৰায় 500 কিঃমিঃ গতি কৰিব পাৰে ৷ প্ৰথম 90 টা সীমিত সংস্কৰণৰ মূল্য 500,000 ইউৰ’ আৰু 2022 ৰ পৰা ই উপলব্দ হ’ব ৷ উন্নত সংস্কৰণৰ মূল্য সৰ্ব নিম্ন 400,000 ইউৰো’ৰ পৰা নিৰ্ধাৰণ হৈছে ৷

লগতে পঢ়ক : ৱাৰাংগলত একেটা পৰিয়ালৰ ন সদস্যৰ হত্যাকাৰীক মৃত্যুদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.