ETV Bharat / bharat

লুধীয়ানাৰ ব্ৰিটিছৰ দিনৰ জৰাজীৰ্ণ ছবিগৃহকলৈ দুখ প্ৰকাশ বৰ্ষীয়ান অভিনেতা ধৰ্মেন্দ্ৰৰ - বলিউড

লুধীয়ানাস্থিত ব্ৰিটিছৰ দিনৰ এটি ছবিগৃহক লৈ টুইটাৰযোগে দুখ প্ৰকাশ বলিউডৰ বৰ্ষীয়ান অভিনেতা ধৰ্মেন্দ্ৰ দৌলৰ । ১৯৩৩ চনত নিৰ্মাণ কৰা ছবিগৃহটো জৰাজীৰ্ণ অৱস্থাত থকাৰ বাবেই দুখ প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে ।

 ধৰ্মেন্দ্ৰ দৌল
ধৰ্মেন্দ্ৰ দৌল
author img

By

Published : Jul 6, 2020, 3:02 PM IST

Updated : Jul 6, 2020, 5:03 PM IST

নিউজ ডেস্ক, ৬ জুলাইঃ বলীউডৰ অভিনেতা ধৰ্মেন্দ্ৰ দৌলে শনিবাৰে লুধীয়ানাৰ অন্যতম তথা পুৰণি ছবিগৃহ 'ৰিখী'ৰ সৈতে জড়িত থকা স্মৃতি তথা ছবিগৃহটোৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি দুখ প্ৰকাশ কৰে । টুইটাৰযোগে অভিনেতা গৰাকীয়ে ছবিগৃহটোৰ এখন ফটো শ্বেয়াৰ কৰি লিখে যে, Rikhy cinema, ludhiyana..... unginnat filmen dekhi hain yahaan......ye sannata......dekh kar.....dil udaas ho gaya mera.

  • Rikhy cinema, ludhiyana..... unginnat filmen 🎥 dekhi hain yahaan....ye sannata ......dekh kar ..... dil udaas ho gaya mera ..... pic.twitter.com/MGY5VG3z0S

    — Dharmendra Deol (@aapkadharam) July 4, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, লুধীয়ানাত স্থাপন কৰা এই চিনেমা হলটো ব্ৰিটিছৰ দিনৰে, অথাৎ ১৯৩৩ চনতে স্থাপন কৰা । কিন্তু ব্ৰিটিছৰ দিনত স্থাপন কৰা এই ছবিগৃহটো বৰ্তমানও পৰিত্যক্ত অৱস্থাত আছে । যাৰ বাবে টুইটাৰযোগে দুখ প্ৰকাশ কৰে বলীউড বৰ্ষীয়ান অভিনেতা ধৰ্মেন্দ্ৰ দৌলে ।

Last Updated : Jul 6, 2020, 5:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.