ETV Bharat / bharat

অন্তিম পৰ্যায়ত দিল্লীৰ ভোটগ্ৰহণ : পুনৰ আপৰ দখললৈ !

author img

By

Published : Feb 8, 2020, 8:28 PM IST

অন্তিম পৰ্যায়ত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ নিৰ্বাচনত সম্পূৰ্ণৰূপে আপে প্ৰভাৱ বিস্তাৰ কৰা বুলি পূৰ্বানুমান ৷

অন্তিম পৰ্যায়ত দিল্লীৰ ভোটগ্ৰহণ
পুনৰ আপৰ দখলত দিল্লী চৰকাৰ !

নেশ্যনেল ডেস্ক, 8 ফেব্ৰুৱাৰী : অন্তিম পৰ্যায়ত উপস্থিত হ'ল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ বৰ্তমানৰ আম আদমী পাৰ্টি (AAP) চৰকাৰেই পুনৰ বিজয় সাব্যস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে দেশৰ ৰাজধানীখনত ৷

ইণ্ডিয়া টুডে'-মাই এক্সিছ ইণ্ডিয়াই কৰা পূৰ্বানুমান অনুসৰি, পশ্চিম দিল্লীত AAP য়ে সম্পূৰ্ণৰূপে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ পোলষ্টাৰে প্ৰদান কৰা তথ্য অনুসৰি, 10 খন আসনৰ 9 খনেই দখল কৰিব AAP য়ে ৷ আনহাতে, বিজেপিয়ে 1 খন আসন দখল কৰাৰ লগতে কংগ্ৰেছে এখনো আসন লাভ নকৰে বুলি পূৰ্বানুমান কৰে ৷

টাইমছ নাও-IPSOS এ প্ৰদান কৰা পূৰ্বানুমান অনুসৰি, AAP য়ে নিৰ্বাচনত সম্পূৰ্ণৰূপে দমন অব্যাহত ৰাখিছে আৰু অৰবিন্দ কেজৰিৱালেই পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ব ৷ পোলষ্টাৰে প্ৰদান কৰা তথ্য অনুসৰি, AAP য়ে 44 খন আসন দখলেৰে সহজেই সংখ্যগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু বিজেপিয়ে 26 খন আসন লাভ কৰিব ৷ আনহাতে, কংগ্ৰেছে পূৰ্বৰ দৰেই এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ব ৷

আৰু পঢ়ক : কাকপথাৰত CAA বাতিলৰ দাবীত শহস্ৰাধিক ৰাইজৰ উপস্থিতিত 'গণ গৰ্জন' কাৰ্যসূচী

Intro:Body:

Exit Polls

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.